Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 7:45 am

Home » Uncategorized » গিৰীন্দ্ৰ শইকীয়াৰ টু-ইন-ৱান বুক ‘গানৰ চৰাই হৈ’, ‘বিইং এ বাৰ্ড অফ ছং’ উন্মোচন

গিৰীন্দ্ৰ শইকীয়াৰ টু-ইন-ৱান বুক ‘গানৰ চৰাই হৈ’, ‘বিইং এ বাৰ্ড অফ ছং’ উন্মোচন

 


গিৰীন্দ্ৰ
শইকীয়াৰ টু-ইন-ৱান বুক
গানৰ চৰাই হৈ‘, ‘বিইং এ বাৰ্ড অফ ছংউন্মোচন
 

 

গুৱাহাটী, ১৯ মাৰ্চ : এটা নতুন ধাৰণা। একেখন
কবিতাৰ কিতাপ এফালৰ পৰা অসমীয়া ভাষাত আৰু আনটো ফালৰ পৰা একেখিনি কবিতা ইংৰাজীত।
লেখক
, সাংবাদিক তথা অনুবাদক গিৰীন্দ্ৰ
শইকীয়াই নিজে ৰচনা কৰা এলানি কবিতা একেখন কিতাপত অসমীয়া ফালটোৰ নাম হৈছে
গানৰ চৰাই হৈআৰু ইংৰাজী ফালৰ নাম বিইং এ বাৰ্ড অফ ছং‘ (Being A Bird of Song)গুৱাহাটীৰ হাতীগাঁৱৰ ছেভ পাব্লিচাৰ্ছে প্ৰকাশ কৰা গ্ৰন্থখনত
সন্নিৱিষ্ট অসমীয়া কবিতাসমূহৰ ইংৰাজীলৈ অনুবাদ শইকীয়াই নিজেই কৰিছে। কিতাপৰ এই
নতুন ধাৰণাৰ নাম শইকীয়াই দিছে
টু-ইন-ৱান
বুক
। আজি গুৱাহাটীৰ হাতীগাঁৱত থকা প্ৰকাশন
সংস্থাটোৰ কাৰ্যালয়ত প্ৰকাশক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা সভাখনত গ্ৰন্থখন
উন্মোচন কৰে লেখক তথা
অসমীয়া বিতৰ্কআলোচনীৰ উপদেষ্টা প্ৰণব আচাৰ্য, ‘দা নিউজ প্লাছৰ কাৰ্যবাহী সম্পাদক চন্দ্ৰ কুমাৰ
শইকীয়া
, প্ৰগতিশীল উন্নয়ন মঞ্চ অসমৰ সভাপতি
অমৰ ৰাজখোৱা আদিয়ে।

গ্ৰন্থখন
লাভ কৰাৰ বাবে্ যোগাযোগ কৰক-

ছেভ
পাব্লিচাৰ্ছ, হাতীগাঁও, গুৱাহাটী

ফোন
নং- +91 75788
01008

আৰু
লেখক ফোন নং- +91 97061 37353

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি