Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:33 am

Uncategorized

Kashmir Files – পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল

পুনল এবাৰ চৰ্চালৈ আহিছে পুলৱামাৰ কাশ্মীৰ ফাইল। কিন্তু এইবাৰৰ কাশ্মীৰ ফাইল খুলিছে কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে। সত্যপাল মালিকৰ সত্য ফাইলে জোকাৰি গৈছে ৰাজনৈতিক মহলৰ লগতে দেশৰ সচেতন মহলকো। ৰাজনীতিত বহু কথা সাঁথৰ হৈ ৰৈ যায়। সাধাৰণ মানুহে যিবোৰ কথা জনাৰ কোনো সুযোগেই নাথাকে। কেতিয়াবা হে তেনে গোপন অধ্যায় উন্মোচিত হয়। ৰাজনীতিৰ খবৰ ৰখাসকলে সেই কথা জানে। এতিয়া আহোঁ মূল বিষয়লৈ। সেয়া আছিল ২০১৯ চনৰ ১৪ ফেব্ৰুৱাৰীৰ কথা। সময় আবেলি পৰত পুলৱামা জিলাৰ লেথাপাৰাত সন্ত্ৰাসবাদীয়ে আত্মঘাতী আক্ৰমণ চলাইছিল চি আৰ পি এফৰ এটা বৃহৎ কনভয়ৰ ওপৰত। ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ৭৮ খন গাড়ীৰে প্ৰায় ২৫০০ জন চি আৰ পি এফ জোৱান জম্মুৰ পৰা শ্ৰীনগৰ অভিমুখে গৈ আছিল ৭৬ নং বেটেলিয়েনৰ

Read More »

গিৰীন্দ্ৰ শইকীয়াৰ টু-ইন-ৱান বুক ‘গানৰ চৰাই হৈ’, ‘বিইং এ বাৰ্ড অফ ছং’ উন্মোচন

  গিৰীন্দ্ৰ শইকীয়াৰ টু-ইন-ৱান বুক ‘গানৰ চৰাই হৈ‘, ‘বিইং এ বাৰ্ড অফ ছং‘ উন্মোচন    গুৱাহাটী, ১৯ মাৰ্চ : এটা নতুন ধাৰণা। একেখন কবিতাৰ কিতাপ এফালৰ পৰা অসমীয়া ভাষাত আৰু আনটো ফালৰ পৰা একেখিনি কবিতা ইংৰাজীত। লেখক, সাংবাদিক তথা অনুবাদক গিৰীন্দ্ৰ শইকীয়াই নিজে ৰচনা কৰা এলানি কবিতা একেখন কিতাপত অসমীয়া ফালটোৰ নাম হৈছে ‘গানৰ চৰাই হৈ‘ আৰু ইংৰাজী ফালৰ নাম ‘বিইং এ বাৰ্ড অফ ছং‘ (Being A Bird of Song)। গুৱাহাটীৰ হাতীগাঁৱৰ ছেভ পাব্লিচাৰ্ছে প্ৰকাশ কৰা গ্ৰন্থখনত সন্নিৱিষ্ট অসমীয়া কবিতাসমূহৰ ইংৰাজীলৈ অনুবাদ শইকীয়াই নিজেই কৰিছে। কিতাপৰ এই নতুন ধাৰণাৰ নাম শইকীয়াই দিছে ‘টু-ইন-ৱান বুক‘। আজি গুৱাহাটীৰ হাতীগাঁৱত থকা প্ৰকাশন সংস্থাটোৰ কাৰ্যালয়ত প্ৰকাশক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা সভাখনত গ্ৰন্থখন

Read More »

শালবাৰীৰ কালপানী বজাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উদযাপন

ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে বাক্সাৰ জিলা শালবাৰীৰ কালপানী বজাৰত তিনিদিনীয়া কাৰ্য্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নৱ বৈষ্ণৱ আন্দোলনৰ পুৰোধা মহাপুৰুষ শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে কালপানী বজাৰ আঞ্চলিক নামঘৰ সমিতীয়ে তিনিদিনীয়া কাৰ্যসূচীৰে বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। কালপানীৰ ভক্তপ্ৰান ৰাইজে অত্যন্ত উৎসাহ উদ্দীপনাৰে গুৰুজনাৰ জন্ম জয়ন্তী কীৰ্তন প্ৰসংগ আৰু জিকিৰৰ জৰিয়তে শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷

Read More »

সজাগ হওক সুৰক্ষিত থাককঃ মোদী

ক’ভিড–১৯ৰ নতুন প্রকৰণ অমিক্রনে বিশ্বজুৰি শংকাময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে এই নতুন প্রকৰণক লৈ দেশবাসীক সকীয়নি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভৰ পূর্বে সাংবাদিকক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কয় যে নতুন প্রকৰণ অমিক্রনে বিশ্বব্যাপী শংকাৰ সৃষ্টি কৰিছে৷ এই নতুন প্রকৰণটোক লৈ দেশবাসী সজাগ হৈ থাকিব লাগিব, তেতিয়াহে দেশবাসী সুৰক্ষিত হৈ থাকিব৷ তদুপৰি প্রধানমন্ত্রীগৰাকীয়্ কয় যে মহামাৰীৰ প্রত্যাহ্বানৰ সময়ত ১০০ কোটি ভেকচিনৰ ড’জ প্রদানেৰে দেশে অভিলেখ গঢ়াৰ পাছত এতিয়া ডেৰশ কোটি ভেকচিন ড’জৰ দিশে আগবাঢ়ি আছে৷ নতুন ক’ৰোনা ভাইৰাছ প্রকৰণক লৈ সৃষ্ট পৰিস্থিতি সন্দর্ভত প্রধানমন্ত্রীগৰাকীয়্ পুনৰ কয়– ক’ভিড–১৯ৰ নতুন প্রকৰণক লৈ আমি সকলোৱে সজাগ হৈ থকা উচিত৷ উল্লেখ্য যে নতুন প্রকৰণ চিনাক্ত হোৱাৰ পাছতে যোৱা শনিবাৰে প্রধানমন্ত্রী মোদীয়ে ক’ভিড–১৯

Read More »

ইন্দ্ৰানী শইকীয়া-মাইনু ডেকাক সম্বৰ্ধনা গুৱাহাটী : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ৮ মাৰ্চত অসম লেখিকা সংস্থাৰ বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থায়ো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে ৷ সভাত সভানেত্ৰীৰ আসন শুৱনি কৰে কস্তুৰী নিভা গগৈয়ে আৰু সভাৰ উদ্দেশ্য বাখ্যা কৰে সম্পদিকা দীপা বৰা দত্তই ৷ শাখাৰ সাংস্কৃতিৰ সম্পাদিকা পূৰ্বালি শৰ্মা বৰদলৈয়ে পুৰণি লোকগীত পৰিৱেশন কৰি সকলোকে আবেগিক কৰি তোলে ৷ সভাত হাতীগাওঁ অঞ্চলৰ ৭১ বছৰীয়া মহিলা আন্তৰ্জাতিক ক্ৰীড়াবিদ তথা একালৰ শিৱসাগৰৰ ৰংঘৰ বাকৰিত সুধাকন্ঠ ডঃ ভূপেন হাজৰিকা, চৈয়দ আব্দুল মালিককে ধৰি থাইলেণ্ডৰ পৰা বিদেশী বিশিষ্ট ব্যক্তি তথা অতিথিৰ উপস্থিতিত বিহুনাম গাই, নাচি-বাগি সকলোৰে সন্মান আৰু আশীষ লাভ কৰা বিহুৱতী সন্মানীয়া ইন্দ্ৰানী শইকীয়াক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ বিশিষ্ট মহিলা উদ্যোগী

Read More »

বিধায়ক শুকুৰ আলীয়ে কৰিব নোৱাৰা কাম কৰিলে ৰাইজে

বৰপেটা : আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল৷ কথাষাৰ প্ৰযোজ্য হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক শুকুৰ ক্ষেত্ৰত৷ বিধায়কগৰাকীয়ে দিছপুৰত শুই-বহি কটোৱাৰ সময়ছোৱাতেই স্থানীয় ৰাইজে দাঙি ধৰিলে এক নিদৰ্শন৷ বিধায়কৰ দ্বাৰা বা বিধায়কৰ সহযোগত নহয়, ৰাইজে সলনি কৰিলে মহাবাহুৰ সোঁত৷ “ৰাইজে নখ জোকাৰিলে নৈ বয়৷ এই বাক্যটো সৰোগত কৰি দক্ষিণ বৰপেটা বৃহত্তৰ গৰেমাৰী পথাৰ, গৰেমাৰী হাবি, বিলৰটাৰী, ৰহমপুৰ আৰু কাষৰীয়া গাৱঁৰ ৰাইজে ললে এক নতুন সিদ্ধান্ত ৷ বছৰ বছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু চৰকাৰৰ বিভাগীয় কৰ্মচাৰীৰ অনীহা আৰু ধন সৰকোৱাৰ নীতিৰ বিপৰীতে তেওঁলোকে নিজেই পদক্ষেপ হাতত তুলি ললে ৷ চৰকাৰী পাৰ্কুপাইনৰ দ্বাৰা নদীৰ সোঁত সলনি নহয় কিয়নো সেইবোৰ এটা পাৰত পেলাই থয় ৷ তাৰ পৰিবৰ্তে নদীৰ মাজেৰে বাঁহ

Read More »

পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত বৰপেটাত “ইজা”ৰ পথসভা

বৰপেটা : তিনিচুকীয়া জিলাৰ কাকপথাৰৰ বিশিষ্ট, সৎ, নিৰ্ভীক সাংবাদিক পৰাগ ভূঞাৰ হত্যাকাৰীক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীৰে আজি ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচন চমুকৈ “ইজা”ৰ বৰপেটা জিলা সমিতিয়ে ৰূপায়ন কৰে প্ৰতিবাদী পথসভা। বৰপেটাৰ কয়াকুছি তিনিআলিত কয়াকুছি ৰাইজৰ সহযোগত ৰূপায়ন কৰা এই কাৰ্যসূচীত পৰাগ ভূঞাৰ হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিয়ে সমিতিয়ে। লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে সমিতিয়ে।  “ইজা”ৰ জিলা সমিতিৰ সভাপতি আব্দুল জলিলে সাংবাদিক পৰাগ ভূঞাৰ দৰে এগৰাকী নিৰ্ভীক আৰু স্পষ্টবাদী সাংবাদিকক দুষ্টচক্ৰই হত্যা কৰি সাংবাদিকৰ বাক স্বাধীনতা খৰ্ব কৰিব বিছাৰিছে বুলি কোৱাৰ লগতে দেশত গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ ৰূপে পৰিচিত সংবাদ মাধ্যমৰ ওপৰত নিৰ্মম অত্যাচাৰ অব্যাহত আছে বুলিও ব্যক্ত কৰে। পৰাগৰ হত্যাকাৰীক চিনাক্ত কৰি উচিত শাস্তি নিদিলে ইণ্ডিয়ান জাৰ্নেলিষ্ট এছোচিয়েচনে সমগ্ৰ দেশতে

Read More »

নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাত একাংশ চৰকাৰী বিষয়া অৱতীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ

 একাংশ চৰকাৰী বিষয়াৰ বাবে আগন্তুক নিৰ্বাচনত বিপদত পৰিব বিজেপি! কোন এইসকল বিষয়া? যোৰহাটৰ বিভিন্ন চৰকাৰী বিভাগৰ মাজত থকা সমন্বয়হীনতাৰ বাবেও বহু চৰকাৰী প্ৰকল্প ৰূপায়ণত বিলম্ব ঘটিছে তথা ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে জনসাধাৰণ।নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টাত একাংশ চৰকাৰী বিষয়া অৱতীৰ্ণ হোৱাৰ গুৰুতৰ অভিযোগ উৎথাপন হৈছে। একাংশ চৰকাৰী বিষয়াই উন্নয়নমূলক আঁচনিসমূহৰ ৰূপায়ণত বিধিপথালি দি কংগ্ৰেছৰ হৈ কাম কৰি যোৱাৰো গুৰুতৰ অভিযোগ উঠিছে। কিন্তু শেহতীয়াকৈ এইক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আগবাঢ়িছে বিজেপি নেতৃত্ব।নিৰ্বাচনৰ পূৰ্বে একাংশ চৰকাৰী বিষয়াৰ বিৰুদ্ধে যোৰহাটত উঠিছে এই গুৰুতৰ অভিযোগ। বিজেপি দলৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এইসকল চৰকাৰী বিষয়াৰ বিৰুদ্ধে। একাংশ চৰকাৰী বিষয়াৰ বাবে যোৰহাটত এইবাৰ আগন্তুক নিৰ্বাচনত শ’লঠেকত পৰাৰ

Read More »

চাকৰি দিয়াৰ নামত ১০লাখকৈ টকা সংগ্ৰহ কৰা মহিলা আৰক্ষীৰ জালত

 গুৱাহাটী:আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত কৰিছিল ধন সংগ্ৰহ, গ্ৰেপ্তাৰ হ’ল জলসিঞ্চনৰ কৰ্মচাৰী ।চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে। দেওবাৰে বাতিল হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোৰ গুৰুত্ব সহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ এতিয়া চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে। কিছুদিন পূৰ্বে আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত চাৰি লাখকৈ টকা দাবী কৰা লখিমপুৰৰ আজাদৰ এজন প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। নিবনুৱাক আৰক্ষী বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ এগৰাকী

Read More »

আজিয়েই ঠিক কৰক ভুল : ৭০লাখ কৃষকে নাপালে PM-Kisanৰ ২০০০টকা

পি এম কিষাণ স্কীমৰ (PM Kisan Scheme) এটা মাত্ৰ বানান ভুলৰ কাৰণে বহুতেই নাপালে ২০০০টকা। আহক জানো কি এই ভুল আৰু কেনেকৈ ইয়াক ঠিক কৰিব পাৰে আপুনি? নতুন দিল্লী : আপুনি জানেনে যে, এটা মাত্ৰ বানান ভুলৰ কাৰণে ৭০লাখ কৃষকে ইমান লোকচান ভৰিব লগীয়া হ’ল। কাগজত হোৱা ভুলৰ কাৰণে দেশৰ কৃষকে ৪২০০কোটি টকাৰ সাহাৰ্য লাভৰ পৰা বঞ্চিত হয়। যেতিয়ালৈকে এই ভুলৰ শুধৰণি নহয় তেতিয়ালকৈ কৃষকসকলে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ ধন লাভ নকৰে।  পি এম কিষাণ স্কীমৰ আৱেদনকৰ্তাসকলৰ নাম আৰু বেংক একাউণ্ট নম্বৰত খেলিমেলি হৈছে। বেংক একাউণ্ট আৰু অন্য নথিত নামৰ বানান ভিন্ন। যাৰ কাৰণে তেওঁলোকে স্কীমৰ অট’মেটিক চিষ্টেমে তেওঁলোকক পাছ নকৰিলে। পি এম কিষাণ স্কীমৰ চিইঅ’ বিৱেক আগৰৱালে নিউজ18ৰ সৈতে

Read More »