Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 1:44 am

Home » আঞ্চলিক » অসম » বাঙালী নিৰ্যাতনৰ প্ৰতিবাদত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাছাৰ জিলা যুব কংগ্ৰেছৰ

বাঙালী নিৰ্যাতনৰ প্ৰতিবাদত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাছাৰ জিলা যুব কংগ্ৰেছৰ

কাছাৰ জিলা যুৱ কংগ্ৰেছে শিলচৰ ইন্দিৰা ভৱনৰ পৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাৰ পুত্তলিকা লৈ এক প্ৰতিবাদী সমদল উলিয়াই পাৰ্ক ৰোড পইণ্টত মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকী পুত্তলিকা দাহ কৰে। পিছত যুৱ কংগ্ৰেছৰ বিষয়াসকলে কয় যে যোৱা কেইদিনমানধৰি মেঘালয়ৰ খাচী ছাত্ৰ সন্থাই বিভিন্ন ধৰণে বাঙালীসকলক হাৰাশাস্তি কৰি আহিছে। মেঘালয়ত বিজেপি শাসিত চৰকাৰ থকা স্বত্বেও অসমৰ মুখ্যমন্ত্ৰীয়ে কিয় এই বিষয়টোত নীৰৱ ভূমিকা পালন কৰি আছে বুলিও প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কৰ্ণাড চাংমাৰ পুত্তলিকা দাহ কৰি মেঘালয়ত বাস কৰা বাঙালীসকলক সুৰক্ষা প্ৰদানৰ দাবীৰ প্ৰতিও অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে। এইক্ষেত্ৰত যদি তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ভৱিষ্যতে আন্দোলন আৰু ডাঙৰ হ’ব বুলিও সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।
কাছাৰৰ পৰা বাবুল হুছেইন লস্কৰৰ প্ৰতিবেদন, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি