Weather Data Source: wetter Bangalore 14 tage

June 2, 2025 7:31 pm

অন্যান্য

• এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল

· অৰবিন্দ কেজৰিৱালৰ আন এক কৃতিত্ব · এডুকেচন ৱৰ্ল্ডৰ সমীক্ষাত দিল্লীৰে দুখন চৰকাৰী স্কুলৰ প্ৰথম আৰু দ্বিতীয় স্থান দখল · শীৰ্ষত স্থান নাপালে অসম, গুজৰাটে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বাধীন দিল্লী চৰকাৰে লাভ কৰিলে অন্যতম সফলতা। দেশৰ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ শিক্ষা ব্যৱস্থাক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হৈছে চৰ্চা। দিল্লীৰ দুখনকৈ চৰকাৰী বিদ্যালয়ে এডুকেচন ৱৰ্ল্ডয়ে প্ৰকাশ কৰা ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিদ্যালয় আৰু শিক্ষা বিভাগক এই চমকপ্ৰদ সাফল্যৰ বাবে অভিনন্দন জ্ঞাপন কৰে। কেজৰিৱালে এটা টুইটত কয়, ‘আমাৰ এডুকেচন টীমক লৈ আমি গৌৰৱান্বিত। আকৌ এবাৰ দিল্লী চৰকাৰী বিদ্যালয়ে ভাৰতৰ ৰাজ্য চৰকাৰসমূহৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ই ডব্লিউৱে প্ৰকাশ কৰা ৰেংকিঙত

Read More »

বিজয়া দশমী- অন্ত পৰিল উছাহ-উদ্দীপনা | Vijaya Dashami | Assam | Durga Puja

আজি দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাৰ প্ৰতিমা। ভক্তগণে অশ্ৰুসিক্ত নয়ণেৰে বিদায় দিয়ে মা দুৰ্গাক। সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে প্ৰতিমা বিসৰ্জন দি এবছৰলৈ মা দুৰ্গাক বিদায় দিয়া হয়। ধুবুৰী জিলাৰ চাপৰতো ষষ্ঠীৰ বেদীত দেৱী দূর্গাক প্ৰতিষ্ঠা কৰাৰ পাছত যোৱা চাৰিদিন ধৰি দেৱী বন্দনাৰে মুখৰিত হৈ আছিল সমগ্ৰ চাপৰ, বহলপুৰ অঞ্চল। বিজয়া দশমী উপলক্ষে চাপৰত এইবাৰ প্ৰশাসনৰ নীতি নিৰ্দেশনা অনুসৰি প্ৰতিবাৰৰ দৰে এইবাৰো বহলপুৰৰ চম্পাৱতী নদীত নৌকাত মাৰ প্ৰতিমূৰ্তি উঠাই সাত পাক প্ৰদক্ষিণ কৰি বিৰ্সজন দিয়ে মা দেৱী দুৰ্গাক। যত সমাগম হয় হাজাৰ হাজাৰ লোকৰ। ইপিনে বাক্সাৰ কালপানীতো হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত মা দুৰ্গা দেৱীক দিয় হয় বিসৰ্জন। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰা অনুসৰি বিসৰ্জন দিয়া হ’ল মা দেৱী

Read More »

মায়ঙত পঞ্চম বাৰ্ষিক ইছলামিক ছুন্নী মহা সন্মিলনৰ আয়োজন

প্ৰতি বছৰৰ দৰে এইবাৰো মেৰৰহিবী পাঞ্জেগানা মছজিদ কমিটিৰ সৌজন্যত দিনযোৰা কাৰ্যসুচিৰে শেষ নবী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে ৯ অক্টোবৰত মৰিগাঁও জিলাৰ মায়ঙৰ মেৰৰ হাবী গাৱঁত এক বিশাল ছুন্নী মহা সম্মিলনীৰ আয়োজন কৰা হৈছে। উক্ত ইছলামিক ছুন্নী মহা সন্মিলিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব বাংলাদেশৰ আন্তৰ্জাতীক ক্ষ্যাতি সম্পৰ্ণ মুফাচিৰে কোৰআন হজৰত মৌলানা মুফতি মোঃ জছিমউদ্দিন চাহাব।আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব গদ্দিনিছি পিৰজাদা পিৰে কামিল শ্বাহ ছুফি আব্দুল ৰশ্বিদ আল কাদিৰ চাহাব।লগতে স্থানীয় অতিথি হিচাপে উপস্থিত থাকিব মৌলানা ও খলিফা মোঃ আছাদুল ইছলাম চাহাব,মৌলানা ও কাৰি আবুতাহিৰ ৰেজাবি চাহাব,মৌলানা ও মুফতি আজিজুৰ ৰহমান মৌলানা বদৰ হুচেইন নুৰি চাহাব,মৌলানা ও মুফতি গুলজাৰ হুচেইন নুৰি চাহাব,মৌলানা ৰমজান আলী ছাহাব।গতিকে উক্ত ছুন্নী মহা সন্মিলিত সকলো

Read More »

দেৰগাঁৱৰ দুৰ্গা পূজা | Durga Puja | Dergaon | Nagaon | Assam

শাৰদীয় প্ৰকৃতিৰ কোমল হাঁহিয়ে উজীৱিত কৰিছে সকলোৱে মন, এইয়া শাৰদীয় বতৰ ,এইয়া শাৰদীয় দুৰ্গোৎসবৰ সময় । আজি মহানৱমী ,আমাৰ সংবাদাতা উপস্থিত আছে দেৱগ্ৰাম পূজা মণ্ডৱত , এইয়া দেৱগ্ৰাম পূজা মণ্ডৱৰ নিশাৰ দৃশ্য ।। মহা মৃত্যুঞ্জয় মন্দিৰ আৰ্হিয়ে সঁজুৱা মণ্ডৱ চাবলৈ হাজাৰ হাজাৰ ৰাইজৰ ভিৰ ।। দেৱী দূর্গাৰ আর্শীহ লোৱাৰ উপৰিও নগাঁও নোযোৱাকৈ দেৰগাঁওতে মহা মৃত্যুঞ্জয় মন্দিৰ চাবলৈ পাই সুখী ৰাইজ ।। সংবাদ প্ৰহৰীৰ আগত ৰাইজে কৈ গ’ল বহু কথা । চাওঁ আহক প্ৰণৱ বৰাহ এক বিশেষ প্ৰতিবেদন ।।

Read More »

“অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ, অসম”ৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

২০২১ চনৰ ছেপ্টেম্বৰ মাহত ফেচবুকৰ মজিয়াত আত্মপ্ৰকাশ কৰা “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম” নামৰ ফেচবুক গোটটোৰ প্ৰথম বর্ষপূৰ্তি অনুষ্ঠানটো নগাঁও জিলাৰ অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত যোৱা ২৫ ছেপ্টেম্বৰ ২০২২ তাৰিখ দেওবাৰে অনুষ্ঠিত হৈ যায়।  উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বিআংলং জিলা সাহিত্য সভাৰ সভাপতি সভাৰাম বৰা ডাঙৰীয়াই। অতিথি হিচাপে উপস্থিত থাকে বটদ্ৰবা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক তথা লেখক ডঃ ত্ৰিদীপ গোস্বামী ডাঙৰীয়া, লেখক সমালোচক বিপুল শৰ্মা ডাঙৰীয়া আৰু টাইম এইট চেনেলৰ সম্পাদক নেত্রজিত বৰা ডাঙৰীয়া। অনুষ্ঠানটো সঞ্চালনা কৰে লেখক-সমালোচক মুকুট শৰ্মাই ডাঙৰীয়াই। হিমাংশু পাঠকে ঘোষক হিচাপে সঞ্চালকক অনুষ্ঠান পৰিচালনা কৰাত সহায় কৰে।  এই অনুষ্ঠানতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় আশী গৰাকী কবিয়ে

Read More »

শাৰদীয় বতৰত ধৰাৰ বুকুলৈ নামি আহিল দূৰ্গতিনাশিনী মা দূৰ্গা | Durga Puja

শাৰদীয় দূৰ্গোৎসৱলৈ মাজত মাঁথো পাঁচটা দিন৷ মহালয়াৰ পাছতে দেৱী দূৰ্গাৰ পূজা অৰ্চনা কৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি৷ কোনে কিমান আটক ধুনীয়াকৈ মণ্ডৰ সাজিব পাৰে তাৰেই যেন চলিছে অঘোষিত প্ৰতিযোগিতা৷ একেদৰে মৃন্ময় মূৰ্ত্তিসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে শিল্পীসকলে৷ নগাৱৰ কঠিয়াতলীত মৃন্ময় মূৰ্ত্তি সমূহত এনেদৰেই শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পী৷ কঠিয়াতলীৰ মহামায়া শিল্পালয়ত দিনে নিশাই কষ্ট কৰি প্ৰতিমা সমূহত জীৱন্ত ৰূপ দিছে এইসকল শিল্পীয়ে৷ ইপিনে বালিজুৰিত এঘাৰ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী দুৰ্গা পূজা উদযাপণৰ বাবে চলিছে ব্যাপক প্ৰস্ততি৷ 1970 চনৰপৰাই নিৰবচ্ছিন্নভাৱে অৰ্ধ শতিকাৰো অধিককাল অতিক্ৰম কৰা এই পুজাৰ প্ৰথম কাৰ্যসূচী হিচাপে মহালয়া উপলক্ষে সন্ধিয়াৰ ভাগত মণ্ডপত দেবী দুৰ্গাৰ প্ৰতিমা প্ৰতিষ্ঠাৰ পাছত সোমবাৰে পুৱা ধৰ্মধ্বজা স্হাপন আৰু বৰুণ আৱাহনৰ

Read More »

Teacher Training- ক্টসেউজ ন্যাসক্ট বৰপেটাৰোডৰ উদ্যোগত ২০ জুলাইৰ পৰা ৬ দিনীয়া অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ

বৰপেটাৰোড : বৰপেটাৰোডৰ Socio-Economic and Educational Welfare Society চমুকৈ SEWS ৰ উদ্যোগত অহা ২০ জুলাইৰ পৰা ২৫ জুলাইলৈ ৬ দিনীয়া এক অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে। উত্তৰ বৰপেটাৰোডত অৱস্থিত বৰপেটাৰোড জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উন্নত শিক্ষণ দক্ষতা অৰ্জন তথা সামগ্ৰিক কলা- কৌশল আহৰণৰ লক্ষ্যৰে প্ৰশিক্ষণ শিৱিৰটোৰ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।  প্ৰশিক্ষণ শিৱিৰত প্ৰতিখন বিদ্যালয়ৰ পৰা সৰ্বোচ্চ ৫ গৰাকী শিক্ষক/ শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অহা ১৯ জুলাইৰ নিশা ১২ বজাৰ ভিতৰত নিম্নোক্ত যোগাযোগ নম্বৰত কল কৰি নাইবা SMS দি নাম পঞ্জীয়ন কৰিব পাৰিব। যোগাযোগ নম্বৰ দুটি হ’ল ৮৬৩৮১-২৬৪৬২ আৰু ৮৬৩৮৫-০৬২৯৫ । প্ৰশিক্ষাৰ্থী সকলৰ খোৱা- বোৱাৰ সম্পূৰ্ণ দায়িত্ব উদ্যোক্তাই বহন কৰিবলগীয়া

Read More »

Shahnaz Islam- যুৱ কবি শ্বাহনাজ ইছলামৰ কবিতা পুথি উন্মোচন

গুৱাহাটী : অসমৰ এগৰাকী যুৱ কবি শ্বাহনাজ ইছলামে ১৪ জুলাইত (বৃহস্পতিবাৰে) ছিকিম গেংটকৰ ৰচনা গ্ৰন্থাগাৰৰ কেফে ফিকশ্বনত তেওঁৰ এখন কবিতা পুথি উন্মোচন কৰে। বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মৰত ইছলামৰ বহুতো কবিতা নিয়মীয়াকৈ দ্য আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অন্যান্য আলোচনীত প্ৰকাশিত হয়। তেওঁ পৰৱৰ্তী কেইদিনমান ছিকিমত আছে আৰু তেওঁৰ ভ্ৰমণৰ জৰিয়তে কবিতাত ছিকিমৰ সৌন্দৰ্যক সন্নিৱিষ্ট কৰিব বিচাৰে। তেওঁৰ কাম আৰু কিতাপখনে সমাদৰ লাভ কৰিব বুলি আশা কৰা হৈছে৷

Read More »

Assam Police – অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বৈঠক

গুৱাহাটী, অপৰাধ অনুসন্ধান বিভাগৰ উদ্যোগত উলুবাৰীস্থিত অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত মহিলা আৰু শিশু সুৰক্ষা সম্পৰ্কীয় বিভিন্ন বিষয় আলোচনা কৰা হয়৷ মহিলা আৰু শিশু সুৰক্ষাৰে জড়িত বিভিন্ন চৰকাৰী বিভাগ, বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা, শিক্ষানুষ্ঠান, টাটা ইনষ্টিটিউট অব্‌ ছচিয়েল চায়েন্সৰ প্ৰতিনিধি আদিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মহিলা আৰু শিশুৰ বিৰুদ্ধে সংঘটিত অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে অসম আৰক্ষী বদ্ধপৰিকৰ বুলি মন্তব্য কৰে৷ এনে অপৰাধসমূহ প্ৰতিৰোধ কৰাৰ বাবে শক্তিশালী বহুমুখী পদক্ষেপ গ্ৰহণত গুৰুত্ব আৰোপ কৰি সঞ্চালকপ্ৰধান মহন্তই কয় যে এই বিষয়ৰ লগত জড়িত আৰক্ষী, বিভিন্ন চৰকাৰী বিভাগ যেনে- সমাজকল্যাণ, শিক্ষা, শ্ৰম, স্বাস্থ্য আদি বিভাগসমূহৰ লগতে ৰাজ্যিক মহিলা আয়োগ, অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ, শিক্ষানুষ্ঠান, বেচৰকাৰী স্বেচ্ছাসেৱী

Read More »