Weather Data Source: wetter Bangalore 14 tage

July 3, 2025 2:46 am

ৰাশিফল
Sangbad Prahari

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

আজি বৃহস্পতিবাৰ, ২১ নৱেম্বৰ, ৫ আঘোণ, ১৭ জমা আউ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৫/৪৯ৰ পৰা ৮/৫৭লৈ। সূর্যোদয় ৫/৪৯, সূর্যাস্ত ৪/২৯ গুৱাহাটীত। পঞ্চমীত বেল অভক্ষ।     মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং মাখন। শৰীৰ প্ৰায় ভালেই। বিদ্যা -বুদ্ধিতো বেয়া নহয়। কথা-বার্তাত সাৱধান হ’ব, কথাত পিছল খাই অপ্রস্তুত হ’ব পাৰে। বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং বগা। আজি ৰাশিত বৃহস্পতি, ৰাশিৰ কেন্দ্ৰত চাৰিটা গ্রহ, কেন্দ্ৰত শুভকাৰক বুধাদিত্য যোগ, শুক্ৰ আৰু বৃহস্পতিৰ ক্ষেত্ৰ বিনিময় যোগ আদি থকাত আজি অশুভ ৰিষ্টাদি খণ্ডন হৈছে।

Read More »
Sangbad Prahari

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope | Sangbad Prahari

বুধবাৰ, 20 নৱেম্বৰ, 4 আঘোণ, ১৬ জমা আউ। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৮, সূর্যাস্ত ৪/৩০ গুৱাহাটীত। চতুর্থীত মূলা অভক্ষ। মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ ৰবি, মঙল। শুভ সংখ্যা ১, ৯। শুভ ৰং ৰঙা। শৰীৰ মজলীয়া। পাৰিবাৰিক জীৱন আন দিনাতকৈ উন্নত। সন্তানপ্রীতি বাঢ়িব। বিদ্যার্থীয়ে আশা কৰা ধৰণেই সুফল পাব। হোটেল, কাপোৰ, পণ্য দ্রব্যাদিৰ ব্যৱসায়ত প্ৰচুৰ উন্নতি। বৃষঃ ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং গেৰুৱা। ৰাজহুৱা অনুষ্ঠানত জড়িত থাকিব লগা হ’ব পাৰে। সম্ভৱস্থলত ভ্ৰমণৰ যো-জা। খং ৰাগ, মইবৰ ভাবক প্রশ্রয় নিদিব। মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ,

Read More »
Sangbad Prahari

Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope

মঙলবাৰ, ১৯ নৱেম্বৰ, ৩ আঘোণ, ১৫ জমা আউ।। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৭, সূর্যাস্ত ৪/৩০ গুৱাহাটীত। মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। আপোনাৰ অনন্য ব্যক্তিত্বৰ সান্নিধ্যত শত্রু-মিত্ৰ, সৰু-বৰ সকলো মুগ্ধ হ’ব। কৰ্মত আপোনাৰ বলিষ্ঠ পদক্ষেপ দেখি শত্রুও সেও মানিব। বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। পিছবেলাৰ কিছু পৰিৱৰ্তন অনুভৱ কৰিব। শৰীৰ প্ৰায় ভালেই। হঠাৎ ভ্ৰমণৰ যো-জা। আশা কৰা মতেই কাম বিলাক হৈ উঠিব। প্রেম-প্রীতিত শুভাশুভ মিশ্রিত। মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক

Read More »

Rashifal | আজিৰ ৰাশিফল- ১২ আগষ্ট, ২০২২

আজি বৃহস্পতিবাৰ, 1944 শকাব্দৰ 26 শাওণ আৰু 2022 খ্ৰীষ্টাব্দৰ 12 আগষ্ট মেষ- আনৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ পাব৷ উৎকণ্ঠা এৰাই চলক৷ শুভ ৰং ৰঙা৷ কোনো পদযাত্ৰাত অংশ নল’ব৷ খৰচ বৃদ্ধি৷ প্ৰদূষণে কষ্ট দিব৷ ভ্ৰমণ৷ শুভ সংখ্যা দুই৷ বৃষ-¸ কৰ্মত বিচক্ষণতা প্ৰকাশ পাব৷ দূৰদৰ্শিতা প্ৰকাশ পাব৷ শুভ ৰং কমলা৷ দালালে আপোনাৰ সৰলতাৰ সুযোগ ল’ব৷ ধন ধাৰলৈ নিদিব৷ শুভ সংখ্যা পাঁচ৷ মিথুন- কৰ্মত আশাবাদী সংযোগ৷ চৰকাৰী কামত অগ্ৰগতি৷ শুভ ৰং মেৰুণ৷ পুৰণি ৰোগে কষ্ট দিব পাৰে৷ প্ৰতিৱেশীৰ ওপৰত নজৰ ৰাখক৷ শুভ সংখ্যা ছয়৷ কৰ্কট ঃ খং, ক্ৰোধ আৰু চঞ্চলতা নিয়ন্ত্ৰণত থাকিব৷ মাদক দ্ৰব্য বৰ্জন কৰক৷ শুভ ৰং কমলা৷ পদপথত অতি সাৱধান৷ শত্ৰুৰ চৰ্চা থাকিব৷ শুভ সংখ্যা পাঁচ৷ সিংহঃ আপোনাৰ ওপৰত আনৰ ঈৰ্ষা হ’ব৷

Read More »

Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২

আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২ সূর্যোদয় ঘঃ ৪-৩৪-৫০, সূর্যাস্ত ঘঃ ৬-১১-৫। তিথি-কৃষা প্রতিপদ, দং ২৫৪২-৫১ ঘঃ ২-৫১-৫৮ | নক্ষত্র-মূল, দং ৩২-০-৩৮ আঘঃ ৫-২৩-৫। জন্ম— ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাৰিগণ, গন্ধৰ্বৰ অস্থি, বৰুণযোগ, অ শনি, বিং কেতুৰ দশা, আঘঃ ৫-২৩-৫ যোৱাত মনুষ্যগণ, অ বৃহস্পতি, বিং শুত্র দশা। ভক্ষাভক্ষ্য কোমোৰা আৰু তিতাভেকুৰী খোৱা নিষেধ। হালখতি। সন্ধিয়া শ্রীশ্রীসত্যনাৰায়ণ ব্রত। (গণনা মতে) | মেষ : হুমূৰ কাম পৰিহাৰ কৰক। চুটি ভ্ৰমণত উপকৃত হব। শুভ ৰং হালধীয়া। গণেশ বাবাক স্মৰণক। ৰাজনীতিত সমস্যা। বিদ্যাত আনন্দ। শুভ সংখ্যা চাৰি। বৃষ : কোনো প্রভাৱশালী লোকৰ সান্নিধ্য পাব। ৰাজনীতিত উদ্বিগ্নতা। শুভ ৰং আকাশী নীলা। সাহিত্য-সংস্কৃতিত উন্নতি। আৱেগ বর্জন কৰক। ব্যয়। শুভ সংখ্যা দুই। মিথুন

Read More »

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২ সূর্যোদয় ঘঃ ৪-৩৪-৫৪, সূর্যাস্ত ঘঃ ৬-১০-৩৯ । তির্থি-পূর্ণিমা, দং ৩১-৪৯৩৮ আঘঃ ৫-১৮-৪৫ । নক্ষত্র— জ্যেষ্ঠা, দং ৩৬-৬-১৪ ৰাঘঃ ৭-১-২৪ । জন্ম- বৃশ্চিক ৰাশি, বিপ্লবর্ণ, দেৱাৰিগণ, হৰিণৰ অস্থি, বক্তণযোগ, অ শনি | বিং বুধৰ দশা, ৰাঘঃ ৭-১-২৪ যোৱাত ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, গন্ধর্ব অস্থি, বিং কেতুৰ দশা। ভক্ষাভক্ষ্য— মাছ-মাংস, আঘ ৫| ১৮-৪৫ যোৱাত কোমোৰা খোৱা নিষেধ। হালখতি। পূর্ণিমাৰ উপবাস। শ্রীশ্রীজগন্নাথ দেৱৰ স্নানযাত্রা। (গণনা মতে) মেষ : মনলৈ আহিলেও যিকোনো কথা নকব। শাৰীৰিক দিশলৈ চকু ৰাখক। শুভ ৰং কমলা। নিশা বগলা মন্দিৰ দৰ্শন কৰক। খং কমাওক। ব্যয়। শুভ সংখ্যা ছয়। বৃষ : ক্ষোভ-খং-হতাশা কমিব। নিজক বিশ্বাসত লওক। শুভ ৰং গোলাপী। ৰক্তচাপ বাঢ়িব

Read More »

Rashifal | আজিৰ ৰাশিফল : ১৩ জুন- কেনে যাব আপোনাৰ দিনটো…

২৯ জেঠ (সোমবাৰ) ; ১৩ জুন সূর্যোদয় ঘঃ ৪-৩৪-৫৮, সূর্যাস্ত ঘঃ ৬-১০-১৪। তিথি- শুক্লা চতুর্দশী, দং ৩৭-৩৮-৩৫ বাঘ ৭-৩৮-২৮৷ নক্ষত্র— অনুৰাবা, দং ৩৯-৫৫-৫০ ৰাঘ ৮৩৩-১৮। জন্ম- বৃশ্চিক ৰাশি, বিপ্লবর্ণ, দেৱগণ, হৰিণৰ অস্থি, বৰুণ যোগ, অ আৰু বিং শনি দশা, বাঘ, ৮-৩৩-১৮ যোৱাত দেৱাৰিগণ, বিং বুধৰ দশা। ভক্ষাভ-মাটিমাহ, মাছ-মাংস খোৱা আৰু প্রায়শ্চিত্ত নিষেধ। চম্পক চতুর্দশীব্রত। পূর্ণিমাৰ নিশি পালন। (গণনামতে)। মেষ : মনত শংকা, ভয় থাকিব। বিষ বেদনাই আক্রান্ত কৰিব। শুভ ৰং বগা। চৰকাৰী নিযুক্তি পাব পাৰে। বিদেশ ভ্রমণৰ যোগ। নিৰামিষ খাওক। শুভ সংখ্যা আঠ। বৃষ : বিভিন্ন সমস্যাৰে প্ৰভাৱিত হব। আত্মীয়লোকে শত্রুতা কৰিব পাৰে। শুভ ৰং মাখন। অবাবত ধনৰ ভৰনি। বিদ্যাত আশাপূৰণ। খং কমাওঁক। ভ্রমণত শুভ। শুভ সংখ্যা দুই। মিথুন :

Read More »