Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 2:23 am

স্বাৱলম্বন

Himani Sing || সৰভোগৰ জীৱন যুদ্ধত হাৰি নোযোৱা এগৰাকী মহিলা

সৰভোগৰ জীৱন যুদ্ধত হাৰি নোযোৱা এগৰাকী মহিলা। নাম হিমানী সিং। বৰপেটা জিলাৰ সৰভোগৰ দক্ষিণ গণকগাড়ী গাঁৱৰ এইগৰাকী মহিলা তথা Nayana Tailoring Training চেণ্টাৰৰ প্ৰশিক্ষক হিমানী সিং এতিয়া আন দহজনৰ বাবে আদৰ্শ। সৰভোগৰ গনকগাড়ীৰ পিতৃ নীতাই সিং আৰু মাতৃ কল্পনা সিঙৰ কন্যা হিমানীয়ে ২০০৮ চনত বৰনগৰ মহাবিদ্যালয়ত স্নাতকৰ দেওনা পাৰ কৰাৰ পিছতে আন দহজনী যুৱক-যুৱতীৰ দৰে চাকৰিমুখী হোৱাৰ সলনি ব্যৱসায়ী মুখী হয়। তাৰ বাবে সৰভোগৰ N.H Tailor ৰ লগতে বিভিন্ন স্থানত ছোৱালীৰ বিভিন্ন সাজপোছাক চিলোৱাৰ এক প্ৰশিক্ষণ লয় হিমানীয়ে। বিভিন্ন স্থানত প্ৰশিক্ষণ লোৱাৰ পাছত সৰভোগত নিজাববীয়াকৈ Nayana Tailoring Training Center নামৰ এটা চেণ্টাৰ মুকলি কৰে৷ বৰনগৰীয়া ছোৱালী হিমানীৰ মনত যেতিয়া এটা চেণ্টাৰ মুকলি কৰাৰ কথা মনলৈ আহিছিল, সেই কথাখিনি পৰিয়ালৰ আন

Read More »

চলিত মাহৰ ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ SI পৰীক্ষা

গুৱাহাটী: অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা পুনৰ অনুষ্ঠিত কৰা হ’ব।ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। চলিত মাহৰ ২২ নৱেম্বৰত অনুষ্ঠিত হ’ব অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষা।প্ৰাৰ্থীসকলে চলিত মাহৰ ১৬ তাৰিখৰ পৰা এই লিখিত পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি জনাইছে ব’ৰ্ডে।ব’ৰ্ডৰ ৱেটাইটত slprbassam.in. পৰা পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ ডাউনল’ড কৰিব লাগিব। চলিত মাহৰ ২২ নৱেম্বৰ ৰাজ্যৰ বিভিন্ন স্থানৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ’ব লগীয়া অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ এই পৰীক্ষা দুপৰীয়া ১২.০০ টা বজাৰপৰা বিয়লি ২.০০ বজালৈ অনুষ্ঠিত হ’ব।পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত আঢ়ৈ ঘণ্টাৰ আগতে উপস্থিত হ’বলৈ নিৰ্দেশ দিছে ব’ৰ্ডে। কোভিড প্ৰট’কল মানি চলিবগীয়া হোৱাৰ বাবেই পুৱা ৯.৩০ বজাত পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰত

Read More »

১ আগষ্টৰ পৰা পথৰ কাষত দোকান দিয়া সকলে পাব ১০ হাজাৰ টকা

পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। নতুন দিল্লী : পথৰ কাষত ঠেলাত দোকান দি জীৱন নিৰ্বাহ কৰা সকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছে এখন বিশেষ আঁচনি। প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীক চৰকাৰে দিব কম সুতৰ বিনিময়ত লোন। চৰকাৰে এই আঁচনিৰ বাবে ধাৰ্য কৰিছে ৫০০০ কোটি টকা। কিমান টকা লোন পাব আৰু সুতৰ হাৰ কিমান হ’ব? প্ৰধানমন্ত্ৰী স্বনিধি যোজনাৰ অধীনত ১০ হাজাৰ টকাৰ লোন লাভ কৰিব সৰু দোকান দিয়া, পথৰ কাষত ঠেলাত দোকান দিয়া ব্যৱসায়ীসকলে। এই ধনৰাশিয়ে ব্যৱসায় ভালদৰে আৰম্ভ কৰাত সহায় কৰিব। এই ধন বহু সাধাৰণ চৰ্তত দিয়া হ’ব। ‘concessional rates’ত

Read More »

এনএইছএমৰ কামত সহযোগিতা আগবঢ়াইছে স্বেচ্ছাসেৱী সংস্থাই

শৈক্ষিক জাগৰণৰ লক্ষ্য আশা হেলথ এণ্ড ইডুকেশ্বন ছাৰ্ভিচৰ গুৱাহাটী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু এন,এইছ,এম প্ৰকল্প অভিযানত চৰকাৰৰ যি উদ্দেশ্য তাত সহযোগিতা কৰা দেখা গৈছে এটি স্বেচ্ছাসেৱী অনুষ্ঠানে। এই অভিযানত যি মহান উদ্দেশ্য লুকাই আছে তাৰ লগত সংগতি ৰাখি ৰাজ্যখনৰ ইমুৰৰ পৰা সিমুৰলৈ “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ” নামৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠানে বিভিন্ন পদক্ষেপ লোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে, আশাকৰ্ম সকলৰ ক্ৰিয়া-কলাপৰ ওপৰত বিভিন্ন প্ৰশিক্ষণ দিয়াৰ লগতে বিভিন্ন ৰোগৰ সজাগতাৰ সৃষ্টি কৰা দেখা গৈছে। লগতে আত্মসহায়ক গোটবিলাকৰ বাবে মহিলা সকলৰ শ্ৰম পদ্ধতিৰ উন্নতি, উৎপাদন বৃদ্ধি আৰু আৰ্থিক শক্তি বিকাশৰ ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি আহিছে উক্ত প্ৰতিষ্ঠানটোৱে। মনকৰিবলগীয়া যে,ৰাজ্যখনত ইতিমধ্যে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত “আশা হেল্থ এণ্ড ইডুকেশ্বন ছাৰ্ভিচ”য়ে

Read More »

নিবনুৱা যুৱতী সকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে জ্যোতিকুচীত উদ্ধোধন পিংকিছ বিউটি ট্ৰেইনিং এণ্ড পাৰ্লাৰ

গুৱাহাটী : কৰ্মসংস্থাপনৰ বিচাৰি ৰাজ্যৰ হাজাৰ হাজাৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকল যি সময়ত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে তেনে সময়তে মহানগৰীৰ এগৰাকী মহিলাই নিবনুৱা যুৱতীসকলক কৰ্মসংস্থান দিয়াৰ উদ্দেশ্যে হাতত লৈছে এক পদক্ষেপ। মহানগৰীৰ জ্যোতিকুচীত পিংকি ভট্ট নামৰ মহিলা এগৰাকীয়ে নিবনুৱা যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ উদ্দেশ্যে সোমবাৰে উদ্ধোধন কৰে ‘পিংকিছ মেকঅপ ষ্টুডিও’।  পিংকিছ মেকঅপ ষ্টুডিওত পিংকি ভট্টই অতি কম খৰচত যুৱতী-মহিলা সকলক মেকঅপ কৰাৰ লগতে ইয়াৰ জৰিয়তে কেইবাগৰাকী যুৱতীক কৰ্মসংস্থাপন প্ৰদান কৰিব। কম খৰচত মহিলা সকল মেকঅপ প্ৰদান কৰা আৰু যুৱতী সকলক কৰ্মসংস্থাপন প্ৰদান কৰাৰ লগতে ইয়াৰ নিবনুৱা যুৱতী সকলক প্ৰদান কৰা হ’ব মেকঅপৰ প্ৰশিক্ষণ।  পিংকি ভট্টই জানিবলৈ দিয়ে যে ইয়াত যুৱতী সকলক বিভিন্ন ধৰণৰ মেকাঅপৰ প্ৰশিক্ষণ দিয়া হ’ব যতে তেওঁলোকে স্বাৱলম্বী হ’ব

Read More »