গেংটকত অনুষ্ঠিত হ’ব নৱজ্যোতি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলন : লেইজাৰ ট্রেভেলছৰ বিশেষ ৰেহাই
গুৱাহাটী : বৰপেটা জিলাৰ পশ্চিম আৰু বঙাইগাঁও জিলাৰ পূৱ অংশক সামৰি এক বৃহত্তৰ অঞ্চলৰ এক অন্যতম উচ্চ শিক্ষানুষ্ঠান কলগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ প্রাক্তন ছাত্র সন্মিলন ছিকিমৰ ৰাজধানী গেঙটকত অনুষ্ঠিত কৰা হ’ব। গুৱাহাটীস্থ লেইজাৰ ট্রেভেলছৰ (#Leisure_Travels) বিশেষ ৰেহাইৰ সৌজন্যত বৰপেটাৰ পৰা গেংটকলৈ বাছেৰে কৰিবলগীয়া এই ভ্ৰমণত সাধাৰণ মূল্য ১৩,০০০ টকাৰ পৰিৱৰ্তে ইয়াৰ মূল্য মাত্ৰ ৫,০০০ টকালৈ হ্ৰাস কৰিছে৷ মুখ্য আয়োজক ডঃ বাতেন প্ৰধানীয়ে জানিবলৈ দিয়া মতে— সুবিধাসমূহ : ১৷ তিনিদিনীয়া ভ্ৰমণত ২ ৰাতি হোটেলত থকাৰ সুবিধা৷ ২৷ হোটেলত থাকিব ২ বাৰ চাহ-জলপানিৰ ব্যৱস্থা৷ ৩৷ ৰেষ্টুৰেণ্টত ৩ বাৰকৈ দুপৰীয়া আৰু নৈশ আহাৰ ভোজনৰ ব্যৱস্থা৷ ৪৷ ভ্ৰমণ গোটটোত থাকিব এগৰাকী ভ্ৰমণ পৰিচালক৷ ৫৷ এটা দিন হোটেলত কনফাৰেন্সৰ ব্যৱস্থা৷ এই ছাত্ৰ সন্মিলনৰ মুখ্য উদ্দেশ্যসমূহ: ১.