Weather Data Source: wetter Bangalore 14 tage

July 4, 2025 2:20 am

Home » আঞ্চলিক » গোলাঘাটত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ – ২০১৮ উদ্বোধন

গোলাঘাটত স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ – ২০১৮ উদ্বোধন


গোলাঘাট : গোলাঘাট জিলা প্ৰশাসনে স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ – ২০১৮ উদ্বোধন কৰে৷ ভাৰত চৰকাৰৰ জল আৰু স্বচ্ছতা মন্ত্ৰালয়ৰ অধীনত আৰম্ভ কৰা এই গ্ৰমীণ পৰিচ্ছন্নতা কাৰ্যসূচীৰ অংশ হিচাপে দেশৰ প্ৰত্যেকখন জিলাক স্বচ্ছতাৰ মানদণ্ডৰ ওপৰত মুল্যায়ন কৰা হ’ব ৷
এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজহোৱা স্থান যেনে বিদ্যালয়, অঙ্গনবাড়ী, প্রাথমিক স্বাস্থ্য কেন্দ্র, হাট বজাৰ, পঞ্চায়ত আদিৰ সৰ্বেক্ষণ কৰাৰ লগতে স্বচ্ছতাৰ বিষয়ে ৰাইজৰ প্ৰত্যক্ষকৰণৰ ভিত্তিত ৰাজ্য আৰু জিলা সমূহক স্থান দিয়া হ’ব৷ এই সৰ্বেক্ষণত স্বচ্ছ ভাৰত মিছন- গ্ৰামীণৰ তথ্যৰ ওপৰতো গুৰুত্ব দিয়া হ’ব৷
শীৰ্ষ স্থান লাভ কৰা ৰাজ্য আৰু জিলাসমূহক ২ অক্টোবৰৰ দিনা পুৰস্কাৰ দিয়া হ’ব৷ এই সৰ্বেক্ষণ আগষ্ট মাহৰ ১ৰ পৰা ৩০ তাৰিখলৈ সকলো দেশৰ জিলাতে কৰা হ’ব৷জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা উদ্বোধনী সভা সভাপতিত্ব কৰে অতিৰিক্ত উপায়ুক্ত ধীৰাজ দাসে৷ সভাত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত উৎপল দ’লে, শ্যামল ক্ষেত্ৰ গগৈ, ধনশিৰি মহকুমাধিপতি বিপুল দাস, বোকাখাত মহকুমাধিপতি বিবেক শ্যাম, ৰাজহ চক্ৰ বিষয়াসকল, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা মনোৰঞ্জন শইকীয়া আৰু অনান্য বিষয়া-কৰ্মচাৰী৷
স্বচ্ছ সৰ্বেক্ষণ গ্ৰামীণ-২০১৮ কেন্দ্ৰীয়ভাৱে গুৱাহাটীত ২৬ জুলাই দিনা উদ্বোধন কৰা হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি