Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:04 am

Home » মনোৰঞ্জন » Relationship Tips: কেৱল প্ৰেমেই নহয়, প্ৰেমত ভাল হ’বলৈ সম্পৰ্কৰ সমীকৰণ কি হোৱা উচিত তাৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন:

Relationship Tips: কেৱল প্ৰেমেই নহয়, প্ৰেমত ভাল হ’বলৈ সম্পৰ্কৰ সমীকৰণ কি হোৱা উচিত তাৰ ওপৰত আমাৰ এক বিশেষ প্ৰতিবেদন:

সম্পৰ্ক ভাল হয় বহুতো বস্তুৰ ওপৰত নিৰ্ভৰ কৰি

এটা সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰেমৰ প্ৰয়োজন প্ৰেম
হৈছে আৱেগৰ সংমিশ্ৰণৰ দ্বাৰা
সৃষ্টি হোৱা এক নিবিড়
অনুভূতি সম্পৰ্কৰ
সমীকৰণটো কিমান শক্তিশালী সেয়া কেৱল
পৰস্পৰৰ প্ৰেমৰ ওপৰত নিৰ্ভৰ
নকৰে প্ৰেমৰ
উপৰিও সম্পৰ্কটো শক্তিশালী কৰাৰ বাবে আৰু
কিবা প্ৰয়োজন আছেসেইবোৰ
কি জানো আহক-


পৰস্পৰৰ
প্রতি বিশ্বাস :

এটা সম্পৰ্ক ভাল ৰাখিবলৈ ইজনে
সিজনক বিশ্বাস কৰিব লাগিব
সম্পৰ্ক এটাত  উত্থানপতন থাকিবই
কিন্তু যদি বিশ্বাসৰ ভেটি
শক্তিশালী নহয়, তেন্তে সম্পৰ্কটো
অস্থিৰ যাৰ বাবে পৰস্পৰৰ
প্রতি বিশ্বাস বিশ্বাস থকাকো আৰু বিশ্বাস ৰখাটো
অত্যন্ত গুৰুত্বপূৰ্ণ৷

ইজনে সিজনক সন্মান দেখুৱাওক:

যিকোনো
সম্পৰ্কত পৰস্পৰৰ প্ৰতি সন্মান থকাটো
অতি জৰুৰি পৰস্পৰৰ
পছন্দ আৰু ভাল লগা
বেলেগ পাৰে এয়া
অস্বাভাৱিক নহয় কিন্তু
পৰস্পৰৰ পছন্দ, অপছন্দ, উপলব্দি
এৰাই নচলি৷ আপোনাৰ অপ্ৰিয় হ’লেও কেতিয়াবা
সেইবোৰৰ সোৱাদও
যিবোৰ আপোনাৰ আপোনজনৰ প্ৰিয়
কোতিয়াও প্ৰেমাস্পদৰ পছন্দক সন্মান জনাবলৈ
কৃপনালী নকৰিব৷ দুয়োজনৰ পছন্দ
একেলগে ভাগ বতৰা কৰি
ইজনে
সিজনক সন্মান কৰিব৷

সম্পৰ্কত
একো লুকোৱাব নালাগে:

প্ৰেম,
বিবাহ অথবা যিকোনো সম্পৰ্কত
বন্ধুত্বমূলক আচৰণ থকাটো অতি
গুৰুত্বপূৰ্ণ এইটো
এটা সুস্থ সম্পৰ্কৰ বিশেষত্ব ভাল
অনুভৱ, বেয়া অনুভূতি, ইচ্ছা,
আকাংক্ষা, চিন্তা, আনন্দ আদি ইজনে
আনজনৰ ওচৰত মুকলিকৈ প্ৰকাশ
কৰক এইবোৰ
বিষয়ত কোনো জড়তা আনিব
নালাগে সম্পৰ্কটো
সহজ কৰিবলৈ একো হেঁচা
নিদিয়াকৈ বা কৃত্ৰিমতা অবিহনে
আপোনাৰ মনৰ ভাব প্ৰকাশ
কৰক আনকি
আপুনি আপোনাৰ সঙ্গীৰ আচৰণত
বেয়া পালেও জনাই দিয়ক মনৰ
সকলো কথা খুলি কওঁক৷
মনৰ কথা চেপা মাৰি
ধৰি ৰাখিলে কেৱল জটিলতাহে
বৃদ্ধি পাব, কোনো লাভ
নহ


ইজনে সিজনৰ আশ্ৰয় স্থল
হৈ পৰক:

প্ৰেমত
পৰা যিকোনো ব্যক্তিয়ে সুৰক্ষিত
আশ্ৰয় বিচাৰে, বিশ্বাসৰ
কান্ধ বিচাৰে আপুনি
আপোনাৰ সঙ্গীৰ সেই ভৰসাৰ
স্থান হৈ পৰক
বেয়া সময়ত ইজনে সিজনক
মানসিক শক্তি দিয়ক
সম্পৰ্কটো ভাল ৰাখিবলৈ মানসিক
স্পৰ্শ অপৰিহাৰ্য

আমাৰ
এই প্ৰতিবেদন কেনে পালে জনাবলৈ নাপাহৰিব৷

এন্টাৰটেইনমেন্ট
ডেস্ক, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি