#BIG_BREAKING
· ধুবুৰীত ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা
· উদ্ধাৰ অভিযান অব্যাহত
· সন্ধানহীন আত্মীয়ক বিচাৰি নদীপাৰলৈ ঢাপলি পৰিয়ালৰ লোকৰ
· এতিয়াও সন্ধানহীন প্ৰায় ১৫ গৰাকী যাত্ৰী
· সন্ধানহীন ধুবুৰীৰ চক্ৰ বিষয়া সঞ্জু দাস
#BreakingNews #SangbadPrahari #Boataccident #Dhubri #Btahmahputra #Assam