Weather Data Source: wetter Bangalore 14 tage

July 18, 2025 3:21 am

Home » আঞ্চলিক » অসম » কয়াকুছি বজাৰত বিধংসী অগ্নিকাণ্ডঃ ৰহস্যজনক আখ্যা বিভিন্নজনৰ | Kayakuchi

কয়াকুছি বজাৰত বিধংসী অগ্নিকাণ্ডঃ ৰহস্যজনক আখ্যা বিভিন্নজনৰ | Kayakuchi

 

বৃহস্পতিবাৰে নিশা কয়াকুছি বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত প্ৰায় শতাধিক ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
পুৱতি নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবা কোটি টকাৰ সা-সামগ্ৰীৰ ভস্মীভূত হয়। স্থানীয় ৰাইজৰ তৎপৰতা আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয় যদিও শতাধিক ব্যৱসায় প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয়। বছৰৰ দুবাৰকৈ কিয় কয়াকুছি বজাৰত বিধংসী অগ্নিকাণ্ড ঘটনা সংঘটিত হয় ইয়াকলৈ প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে। আনহাতে কেইবাটাও কথা লক্ষ্য কৰি এই অগ্নিকাণ্ডক এক ৰহস্যজনক অগ্নিকাণ্ড বুলি উল্লেখ কৰে ৰাইজৰ দলৰ নেতা মনিৰুজ জামানে
জিলা প্ৰশাসনৰ লগতে স্থানীয় বিধায়কলৈ প্ৰশ্ন উত্থাপন কৰি ঘটনাৰ দিনালৈকে ভাল থকা দমকলৰ হেণ্ডেল ভঙা, চি চি টি ভিৰ তাৰ কটা আদি প্ৰত্যক্ষ কৰি এই অগ্নিকাণ্ড পৰিকল্পিত আৰু ৰহসজনক বুলি ৰাইজৰ দলৰ নেতা মনিৰুজ জামানে উল্লেখ কৰাৰ লগতে এই অগ্নিকাণ্ডৰ চৰজমিন তদন্ত কৰি জুইত ভস্মীভূত হোৱা ক্ষতিগ্ৰস্ত ব্যৱসায়ী সকলক ক্ষতি পূৰণ দিবলৈ জিলা প্রশাসনক দাবী জনাইছে। আনহাতে বাৰে বাৰে অগ্নিকাণ্ড সংঘটিত হোৱা কয়াকুছিত অনতিপলমে এখন অগ্নিনিৰ্বাপক কেন্দ্ৰ স্থাপন কৰিবলৈ সৰ্বসাধাৰণ ৰাইজে দাবী জনায়

Share Now

Facebook
X
WhatsApp
Telegram

One Comment

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি