ভাৰতী এয়াৰটেলৰ বাৰ্ষিক গ্রাহক দিৱস উদযাপন  Airtel Consumer Day
|

ভাৰতী এয়াৰটেলৰ বাৰ্ষিক গ্রাহক দিৱস উদযাপন Airtel Consumer Day

  ভাৰতী এয়াৰটেলে (এয়াৰটেল) বুধবাৰে বাৰ্ষিক গ্রাহক দিৱস উদযাপন কৰে। এয়াৰটেলৰ NESA ৰ ২,৪৪০+ কৰ্মচাৰীয়ে নিজৰ দৈনন্দিন ভূমিকাৰ পৰা ওল়াই আহি নিজৰ ফ্ৰণ্টলাইন সমকক্ষৰ সৈতে যোগদান কৰি গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰে।