Rashifal | আপোনাৰ আজিৰ দিনটো | The Horoscope
মঙলবাৰ, ১৯ নৱেম্বৰ, ৩ আঘোণ, ১৫ জমা আউ।। শ্ৰীশ্ৰীশংকৰাব্দ ৫৭৬, শকাব্দ ১৯৪৬, খ্রীষ্টাব্দ ২০২৪। আজি শুভ কৰ্মৰ বাবে প্রশস্ত সময় দিনৰ ৮/৩৫ৰ পৰা ১০/৪৫লৈ। সূর্যোদয় ৫/৪৭, সূর্যাস্ত ৪/৩০ গুৱাহাটীত। মেষ: ৰাশিৰ আদ্যাক্ষৰ অ, ল। শুভ কাৰক গ্রহ মঙল, ৰবি। শুভ সংখ্যা ১, ৯। শুভ ৰং বগা। আপোনাৰ অনন্য ব্যক্তিত্বৰ সান্নিধ্যত শত্রু-মিত্ৰ, সৰু-বৰ সকলো মুগ্ধ হ’ব। কৰ্মত আপোনাৰ বলিষ্ঠ পদক্ষেপ দেখি শত্রুও সেও মানিব। বৃষ: ৰাশিৰ আদ্যাক্ষৰ ই, উ, ব। শুভ কাৰক গ্রহ শুক্র, চন্দ্ৰ। শুভ সংখ্যা ২, ৬। শুভ ৰং নীলা। পিছবেলাৰ কিছু পৰিৱৰ্তন অনুভৱ কৰিব। শৰীৰ প্ৰায় ভালেই। হঠাৎ ভ্ৰমণৰ যো-জা। আশা কৰা মতেই কাম বিলাক হৈ উঠিব। প্রেম-প্রীতিত শুভাশুভ মিশ্রিত। মিথুন: ৰাশিৰ আদ্যাক্ষৰ ক, ছ, ঘ। শুভ কাৰক