গুৱাহাটীৰ পদপথৰ দৰিদ্ৰ লোকসকলৰ মাজত বিনামূলীয়া পেকেট খাদ্য বিতৰণ
গুৱাহাটীৰ পদপথৰ অতি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া পেকেট খাদ্যৰ বিতৰণৰ শুভাৰম্ভ এম এইছ ই চি ডি ফাউণ্ডেছন ৰ উদ্যোগত আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ সহযোগত হয়। আজি ৩১ মে শুকুৰবাৰে পবিত্ৰ জুম্মাৰ দিনাখনত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় হাতীগাঁৱৰ খানকাস্থ জামে মছজিদ প্ৰাংগনৰ পৰা। এম এইছ ই চি ডি ফাউণ্ডেছন ৰ উদ্যোগত আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ সহযোগত বিশেষকৈ গুৱাহাটী মহানগৰৰ বিভিন্ন প্ৰান্তৰ পদপথত জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ লোকসকলক এমুঠি অন্যৰ যোগান ধৰাৰ বাবে এই পদক্ষেপ হাতত লোৱা বুলি জানিব পৰা গৈছে। হয়। এম এইছ ই চি ডি ফাউণ্ডেছন ৰ মুখ্য সঞ্চালক আৰু দা ৰিয়েল ফেক্ট ডিজিটেল মেডিয়াৰ মুখ্য সম্পাদক বাহাদুৰ ইছলামে জানিবলৈ দিয়া মতে আজিৰপৰা