Weather Data Source: wetter Bangalore 14 tage

June 17, 2025 10:41 am

Home » আঞ্চলিক » অসম » চাপৰৰ নাথপাৰাত কাৰ্ত্তিকা উৎসৱ উদযাপন || Kartika Utsav

চাপৰৰ নাথপাৰাত কাৰ্ত্তিকা উৎসৱ উদযাপন || Kartika Utsav

  • চাপৰৰ নাথপাৰাত কাৰ্ত্তিকা উৎসৱ উদযাপন।
  • দুদিনীয়া বৰ্ণাঠ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল কাৰ্ত্তিকা উৎসৱ।
  • সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই উৎসৱ।
ধুবুৰী জিলাৰ বহলপুৰৰ নাথপাৰাস্থিত শিৱ মন্দিৰ প্ৰাঙ্গণত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় কাৰ্ত্তিকা উৎসৱ। দুদিনীয়া বৰ্ণাঠ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় এই উৎসৱ। নাথ যোগী সম্প্ৰদায়ৰ বিশেষভাৱে মহিলা সকলে কাৰ্ত্তিকা নৃত্য প্ৰদৰ্শন কৰাৰ লগতে তেওঁলোকৰ পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰে এই উৎসৱ। এক প্ৰকাৰ জনগোষ্ঠীয় মিলন ভূমিত পৰিণত হয় এই উৎসৱ।
কাৰ্ত্তিকা উৎসৱ লগত সংগতি ৰাখি শুক্ৰবাৰ সন্ধিয়া অনুষ্ঠিত হয় এখন সভা। সভাত উপস্থিত থাকে ধুবুৰী জিলাৰ উপায়ুক্ত লগতে বিভিন্ন জনগোষ্ঠীয় নেতা তথা দল সংগঠনৰ বিষয়া। সভাত কাৰ্ত্তিকা পুথি নামেৰে এখন গ্ৰন্থ উন্মোচন কৰে নাথ যোগী ছাত্ৰ সন্থায়।
উক্ত উৎসৱ থলীৰ পৰাই নাথ যোগী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰবিন্দ নাথে চৰকাৰ লৈ দাবী জনায় ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাথ যোগী লোকসকলক জনজাতিকৰণ আৰু উপগ্ৰহীয় স্বায়ত্ব শাসিত পৰিষদ প্ৰদান কৰক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি