Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 1:25 pm

Home » আঞ্চলিক » অসম » Chapar || চাপৰত এগৰাকী নাবালিকা ধৰ্ষণ

Chapar || চাপৰত এগৰাকী নাবালিকা ধৰ্ষণ

লম্পট পাষণ্ড অমিত প্ৰধান নামৰ বিবাহিত পূৰুষজনে বলপূৰ্বকভাবে ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক। মানৱ সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড সংঘটিত হৈছে চাপৰৰ ছাগলখুটিত।
ৰাজ্যত পুনৰ সংঘটিত হৈছে নাবালিকা ধৰ্ষণৰ দৰে জঘন্য ঘটনা। এইবাৰ ঘটনাৰ স্থান চাপৰ’ৰ ছাগলখুটি। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলোহী হ’ল এজন ৪০ বছৰীয়া বিবাহিত ব্যক্তি। চাপৰ থানাৰ অন্তৰ্গত ছাগলখুটিত অমিত প্ৰধান নামৰ ব্যক্তি এজনে বুধবাৰে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা গৰাকীক ধৰ্ষণ কৰে। পিছত ঘটনাৰ উমান পাই স্থানীয় ৰাইজে হাতে-লোটে আটক কৰি আৱদ্ধ কৰি থয়। পিছত চাপৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত পৰা ধৰ্ষণকাৰী অমিত প্ৰধানক গ্ৰেপ্তাৰ কৰি আজি বৃহস্পতিবাৰে ১৯০/২২ নম্বৰৰ গোচৰ’ৰ ভিত্তিত জে’ল হাজো’তলৈ প্ৰেৰণ কৰে। উক্ত ঘটনাই সমগ্র ছাগলখুটি গাওঁৰ লগতে বৃহত্তৰ চাপৰ অঞ্চলত সৃষ্টি কৰিছে তীব্র চাঞ্চল্যৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি