| |

মৌখিক পৰীক্ষা | মোদী-সৰ্বাক পুনৰ অপমান হিমন্তৰ

চলিত বৰ্ষৰ আগষ্ট মাহত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল আজি পুৱা ১১ বজাত ঘোষণা কৰা হয়। বহু চৰ্চিত এই নিযুক্তি ৰাজ্যৰ ২৫খন জিলাৰ ৪,৪৩,৬৫৫ গৰাকীতকৈও অধিক পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিছিল। উল্লেখ্য যে অসম নিযুক্তি আয়োগৰ অধীনত অনুষ্ঠিত এই পৰীক্ষাত মুঠ ২৬,৪৪২টা পদৰ ১৩,৩০০টা তৃতীয় শ্ৰেণীৰ আৰু ১৩,৩৪২টা পদ আছিল চতুৰ্থ বৰ্গৰ। ফলাফল অনুসৰি ইয়াৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪ লাখ ৪৩ হাজাৰ প্ৰাৰ্থীৰ ২৬ হাজাৰ ৬৮২ জনে উত্তীৰ্ণ হৈছে। মঙলবাৰে চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষমা কৰাৰ পিছতেই সৃষ্টি হৈছে নতুন বিতৰ্কৰ। কিয়নো উত্তীৰ্ণ প্ৰাৰ্থীয়ে অৱতীৰ্ণ হ’ব লাগিব মৌখিক পৰীক্ষাত। এই পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলেহে লাভ কৰিব চাকৰি। তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত মৌখিক