Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:11 pm

Home » আঞ্চলিক » অসম » Elephant accident by rail in Titabor | ৰেলৰ খুন্দাত মৃত্যু পোৱালিসহ বন্যহস্তীৰ

Elephant accident by rail in Titabor | ৰেলৰ খুন্দাত মৃত্যু পোৱালিসহ বন্যহস্তীৰ

তিতাবৰত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। এখন ৰেলৰ খুন্দাত পোৱালিসহ বন্যহস্তীৰ মৃত্যু হয়। খৰিকটীয়া ৰেল ষ্টেচনৰ সমীপৰ ৰেল আলিত সংঘটিত হৈছে এই ঘটনাটো।
নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত নিহত মাতৃ-পুত্ৰ। ৰেলখনৰ খুন্দাত এক বছৰীয়া হাতী পোৱালিটো থিতাতে নিহত হয় যদিও ৬ ঘণ্টা ধৰি চটফটাই থাকি মাতৃ গৰাকীৰো মৃত্যু হয়।
ছয় ঘণ্টাকৈ অধিক চটফটাই থাকি চিকিৎসক আহি পোৱাৰ পূৰ্বে মৃত্যু হয় হাতীজনী।নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ খনে হাতীজনি আৰু পোৱালিটোক খুন্দিয়াই প্ৰায় ২০০ মিটাৰ ধৰি চোঁচৰাই অনাৰ ফলত অতি কৰুণভাৱে মৃত্যু সাবতি লয় মাক আৰু পোৱালিটোৱে। ৰেলৰ খুন্দাত মৃত্যু হোৱা হাতী পোৱালিৰ কাষত স্থানীয় ৰাইজৰ পূজা-অৰ্চনা কৰে।
এই ঘটনাই ৰে’ল বিভাগৰ দায়িত্বজ্ঞানহীনতা পুনৰবাৰ প্ৰমাণিত কৰিলে। বন্যহস্তীৰ বিচৰণস্থলীত ৰে’লৰ তীব্ৰ গতিবেগৰ কাৰণ কি? নে বন বিভাগৰ আগতীয়া সতৰ্কবানী ৰে’ল বিভাগে একেবাৰে গুৰুত্ব নিদিয়ে
তিতাবৰ পৰা মিনহাজ ৰহমানৰ সহোগত নিউজ ডেক্স ৰিপৰ্ট, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি