Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:37 am

Home » আঞ্চলিক » অসম » Cattle in VIP Car | ভিআইপি বাহনত উঠিল গৰু

Cattle in VIP Car | ভিআইপি বাহনত উঠিল গৰু

শাৰদীয় দৃৰ্গা পূজাৰ সময়ত গৌৰীপুৰৰ দেৱীতোলাৰ ৰাইজে খেদি-খেদি আটক কৰে চোৰাং গৰুসহ এখন বিলাহী বাহন। যি সময়ত গোটেই বিশ্বত চলি আছে শাৰদীয় দৃৰ্গা পূজা সেই সময়ত চোৰে আৰম্ভ কৰিছে গৰুৰ চোৰাং বেহা। এই ঘটনা সংঘটিত হৈছে দেৱীতোলাত৷ মঙলবাৰে দুপৰীয়া ৰাইজে খেদি খেদি আটক কৰে এখন বাহন।বাহনখনৰ নম্বৰ AS 19E 1231. বাহনখনৰ পৰা ৰাইজে দুটাকৈ চোৰাং গৰু উদ্ধাৰ কৰে আৰু বাহনখনৰ চালক ইছমাইল হকক আটক কৰি কাজিগাঁও আৰক্ষীক গতাই দিয়ে।
বাহনখনত দুটা চোৰাং গৰু কঢ়িয়াই গো সৰবৰাহ কাৰীয়ে গোসাইগাওঁ অঞ্চলৰ পৰা জৰুৱাৰ চৰলৈ যাত্ৰা কৰিছিল। দেৱীতোলা অঞ্চলৰ একাংশ লোকে বাহনখনত দুটা চোৰাং গৰু লৈ যোৱা বুলি গোপন সূত্ৰৰ জৰিয়তে উমান পায়। তাৰ পাছতে দেবীতোলাৰ ৰাইজে চোৰাং গৰুসহ ভি আই পি বাহনখন আটক কৰাৰ লগতে চোৰাং গৰু কঢ়িওৱা বাহন ভাঙি চুৰমাৰ কৰে উত্তেজিত ৰাইজে। পিছত ঘটনাস্থলীত কাজিগাও আৰক্ষী উপস্থিত হৈ গোধন বাহনখনো থানালৈ লৈ যায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি