| |

Teacher Training- ক্টসেউজ ন্যাসক্ট বৰপেটাৰোডৰ উদ্যোগত ২০ জুলাইৰ পৰা ৬ দিনীয়া অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ

বৰপেটাৰোড : বৰপেটাৰোডৰ Socio-Economic and Educational Welfare Society চমুকৈ SEWS ৰ উদ্যোগত অহা ২০ জুলাইৰ পৰা ২৫ জুলাইলৈ ৬ দিনীয়া এক অনা- আৱাসিক শিক্ষক প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হৈছে। উত্তৰ বৰপেটাৰোডত অৱস্থিত বৰপেটাৰোড জাতীয় বিদ্যালয়ত অনুষ্ঠিত হ’বলগীয়া ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীৰ উন্নত শিক্ষণ দক্ষতা অৰ্জন তথা সামগ্ৰিক কলা- কৌশল আহৰণৰ লক্ষ্যৰে প্ৰশিক্ষণ শিৱিৰটোৰ আয়োজন কৰা বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে।  প্ৰশিক্ষণ শিৱিৰত প্ৰতিখন বিদ্যালয়ৰ পৰা সৰ্বোচ্চ ৫ গৰাকী শিক্ষক/ শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব। অহা ১৯ জুলাইৰ নিশা ১২ বজাৰ ভিতৰত নিম্নোক্ত যোগাযোগ নম্বৰত কল কৰি নাইবা SMS দি নাম পঞ্জীয়ন কৰিব পাৰিব। যোগাযোগ নম্বৰ দুটি হ’ল ৮৬৩৮১-২৬৪৬২ আৰু ৮৬৩৮৫-০৬২৯৫ । প্ৰশিক্ষাৰ্থী সকলৰ খোৱা- বোৱাৰ সম্পূৰ্ণ দায়িত্ব উদ্যোক্তাই বহন কৰিবলগীয়া