Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:46 am

Home » অন্যান্য » Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২

Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২

আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২
সূর্যোদয় ঘঃ ৪-৩৪-৫০, সূর্যাস্ত ঘঃ ৬-১১-৫। তিথি-কৃষা প্রতিপদ, দং ২৫৪২-৫১ ঘঃ ২-৫১-৫৮ | নক্ষত্র-মূল, দং ৩২-০-৩৮ আঘঃ ৫-২৩-৫। জন্ম— ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাৰিগণ, গন্ধৰ্বৰ অস্থি, বৰুণযোগ, অ শনি, বিং কেতুৰ দশা, আঘঃ ৫-২৩-৫ যোৱাত মনুষ্যগণ, অ বৃহস্পতি, বিং শুত্র দশা। ভক্ষাভক্ষ্য কোমোৰা আৰু তিতাভেকুৰী খোৱা নিষেধ। হালখতি। সন্ধিয়া শ্রীশ্রীসত্যনাৰায়ণ ব্রত। (গণনা মতে) |
মেষ : হুমূৰ কাম পৰিহাৰ কৰক। চুটি ভ্ৰমণত উপকৃত হব। শুভ ৰং হালধীয়া। গণেশ বাবাক স্মৰণক। ৰাজনীতিত সমস্যা। বিদ্যাত আনন্দ। শুভ সংখ্যা চাৰি।
বৃষ : কোনো প্রভাৱশালী লোকৰ সান্নিধ্য পাব। ৰাজনীতিত উদ্বিগ্নতা। শুভ ৰং আকাশী নীলা। সাহিত্য-সংস্কৃতিত উন্নতি। আৱেগ বর্জন কৰক। ব্যয়। শুভ সংখ্যা দুই।
মিথুন : কর্মোন্নতি। নিজৰ দুর্বলতাখিনি আনৰ আগত প্রকাশ নকৰিব। শুভ ৰং মাখন। আনৰ প্রেৰণা পাব। গােপন তথ্য লাভ কৰিব। ভ্রমণ। শুভ সংখ্যা ছয়।
কর্কট : আশাবাদী মন। ৰাজহুব্রা দিশত তৎপৰত থাকিব। শুভ ৰং গোলাপী। কীট-পতংগৰ পৰা সাৱধান। মিত্র লাভ। খৰচ বৃদ্ধি। ভ্রমণ। শুভ সংখ্যা পাঁচ।

সিংহ : বিশ্রামৰ প্ৰয়োজন হ’ব। হতাশাক প্রশ্রয় নিদিব। শুভ ৰং আকাশীনীলা। সন্তানক লৈ চিন্তা। ধর্মীয় সংযোগ। শিল্পীৰ সুনাম। খৰচ। শুভ সংখ্যা ছয়।
কন্যা : কর্মশক্তি অটুট থাকিব। কম কথা ক’লে সুফল পাব। শুভ ৰং সোণালী। গণেশক পূজা কৰক। বিঘিনি আঁতৰিব। পৰচর্চা নকৰিব। ব্যয়। শুভ সংখ্যা আঠ।
তুলা : জয়যাত্রা অব্যাহত। ঘাত-প্রতিঘাত অতিক্রম কৰিব পাৰিব। শুভ ৰং সোণালী। সততা ৰক্ষা পৰি। চৰকাৰী নিযুক্তি লাভৰ যোগ। শুভ সংখ্যা চাৰি।
বৃশ্চিক : কর্মত উৎসাহ-উদ্দীপনা থাকিব। সংশয় দূৰ হ’ব। শুভ ৰং মাখন। আঁঠু, কঁকালত বিষ হ’ব পাৰে। আইন হাতত তুলিনল’ব। খৰচ। শুভ সংখ্যা পাঁচ।
ধনু : গুৰুস্থানীয় লোকৰ আদৰ্শ মানি চলক। হতাশা আঁতৰিব। শুভ ৰং গোলাপী। ভাতৃৰপৰা সহায় নাপাব। যানবাহনত কষ্ট। ভ্রমণ। শুভ সংখ্যা দুই।।

মকৰ : বিচক্ষণতা প্রকাশ পাব। পুৰণি মামলাত জয়লাভ। শুভ ৰং কমলা। মৃগশিৰা নক্ষত্র জাতক প্রশংসা প্রাপ্তি। অর্থলাভ। বিদ্যাত সুখ। শুভ সংখ্যা পাঁচ।
কুম্ভ : সংঘাত আঁতৰিব। সন্তানৰপৰা শুভ সংবাদ পাব। শুভ ৰং গোলাপী। দুষ্ট লোকৰ সংগ লৈ মদ্যপান নকৰিব। বন্ধু আগমন। শুভ সংখ্যা ছয়।
মীন : শুভ সংবাদ লাভ কৰিব। আনৰপৰা আমনি পাব পাৰে। শুভ ৰং মাখন। ৰক্তচাপ বৃদ্ধি হ’ব পাৰে। পৰচৰ্চাৰপৰা বিৰত থাক। ভ্রমণ। শুভ সংখ্যা চাৰি।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি