|

গৰাখহনীয়াৰ কালৰূপৰ কবলত চাপৰৰ জালিকুৰ গাঁও

প্ৰবল বৃষ্টিপাতৰ ফলত ভয়ংকৰ ৰূপ লৈছে  চম্পাৱতী নৈৰ গৰাখহনীয়া। বিগত কেবাদিন ধৰি চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ধুবুৰী জিলাৰ চাপৰৰ বিভিন্ন স্থানত। সমান্তৰালকৈ জিলাখনৰ চাপৰৰ জালিকুৰা গাঁৱত গৰাখহনীয়াই লৈছে কালৰূপ। ইতিমধ্যে খহনীয়াৰ ফলত শ শ বিঘা কৃষি ভূমিৰ লগতে বহু কেইটা পৰিয়ালৰ ঘৰ নৈত জাহ গৈছে। শেহতীয়াকৈ প্ৰবল বৃষ্টপাতৰ ফলত চম্পাৱতী নৈৰ খহনীয়া বৃদ্ধি হৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। দীৰ্ঘদিন ধৰি সমস্যাৰে ভাৰাক্ৰান্ত জালিকুৰা গাঁৱবাসীয়ে বিনিদ্ৰ ৰজনি কটাব লগা হৈছে। চৰকাৰ প্ৰশাসনে এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজৰ মাজত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে৷ ৰাইজে নিজাববীয়াকৈ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ চেষ্টা চলাই সুফল পোৱা নাই। এই ক্ষেত্ৰত শীঘ্ৰে চৰকাৰক গৰখহনীয়া ৰোধ

| |

Rashifal : আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২

আজিৰ ৰাশিফল | ৩১ জেঠ (বুধবাৰ), ১৫ জুন, ২০২২ সূর্যোদয় ঘঃ ৪-৩৪-৫০, সূর্যাস্ত ঘঃ ৬-১১-৫। তিথি-কৃষা প্রতিপদ, দং ২৫৪২-৫১ ঘঃ ২-৫১-৫৮ | নক্ষত্র-মূল, দং ৩২-০-৩৮ আঘঃ ৫-২৩-৫। জন্ম— ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, দেৱাৰিগণ, গন্ধৰ্বৰ অস্থি, বৰুণযোগ, অ শনি, বিং কেতুৰ দশা, আঘঃ ৫-২৩-৫ যোৱাত মনুষ্যগণ, অ বৃহস্পতি, বিং শুত্র দশা। ভক্ষাভক্ষ্য কোমোৰা আৰু তিতাভেকুৰী খোৱা নিষেধ। হালখতি। সন্ধিয়া শ্রীশ্রীসত্যনাৰায়ণ ব্রত। (গণনা মতে) | মেষ : হুমূৰ কাম পৰিহাৰ কৰক। চুটি ভ্ৰমণত উপকৃত হব। শুভ ৰং হালধীয়া। গণেশ বাবাক স্মৰণক। ৰাজনীতিত সমস্যা। বিদ্যাত আনন্দ। শুভ সংখ্যা চাৰি। বৃষ : কোনো প্রভাৱশালী লোকৰ সান্নিধ্য পাব। ৰাজনীতিত উদ্বিগ্নতা। শুভ ৰং আকাশী নীলা। সাহিত্য-সংস্কৃতিত উন্নতি। আৱেগ বর্জন কৰক। ব্যয়। শুভ সংখ্যা দুই। মিথুন