Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 10:38 am

Home » অন্যান্য » আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২

আজিৰ ৰাশিফল : ৩০ জেঠ (মঙলবাৰ), ১৪ জুন, ২০২২
সূর্যোদয় ঘঃ ৪-৩৪-৫৪, সূর্যাস্ত ঘঃ ৬-১০-৩৯ । তির্থি-পূর্ণিমা, দং ৩১-৪৯৩৮ আঘঃ ৫-১৮-৪৫ । নক্ষত্র— জ্যেষ্ঠা, দং ৩৬-৬-১৪ ৰাঘঃ ৭-১-২৪ । জন্ম- বৃশ্চিক ৰাশি, বিপ্লবর্ণ, দেৱাৰিগণ, হৰিণৰ অস্থি, বক্তণযোগ, অ শনি | বিং বুধৰ দশা, ৰাঘঃ ৭-১-২৪ যোৱাত ধনু ৰাশি, ক্ষত্রিয়বর্ণ, মতান্তৰে বৈশ্যবর্ণ, গন্ধর্ব অস্থি, বিং কেতুৰ দশা। ভক্ষাভক্ষ্য— মাছ-মাংস, আঘ ৫| ১৮-৪৫ যোৱাত কোমোৰা খোৱা নিষেধ। হালখতি। পূর্ণিমাৰ উপবাস। শ্রীশ্রীজগন্নাথ দেৱৰ স্নানযাত্রা। (গণনা মতে)

মেষ : মনলৈ আহিলেও যিকোনো কথা নকব। শাৰীৰিক দিশলৈ চকু ৰাখক। শুভ ৰং কমলা। নিশা বগলা মন্দিৰ দৰ্শন কৰক। খং কমাওক। ব্যয়। শুভ সংখ্যা ছয়।
বৃষ : ক্ষোভ-খং-হতাশা কমিব। নিজক বিশ্বাসত লওক। শুভ ৰং গোলাপী। ৰক্তচাপ বাঢ়িব পাৰে। সমাজহিতৈষী চিতা বৃদ্ধি। সম্পদ লাভ। শুভ সংখ্যা পাঁচ।
মিথুন : দায়িত্বপূর্ণ কামত ব্যস্ত থাকি ভাল পাব। শাৰীৰিক আহুকাল দূৰ হ’ব। শুভ ৰং আকাশীনীলা। দাম্পত্যত শুভ। বিজ্ঞানী, শিল্পীৰ সুনাম। শুভ সংখ্যা দুই।
কর্কট : কৰ্মত উৎকন্ঠা কমিব। আনৰ আস্থা লাভ কৰিব। শুভ ৰং কমলা। পৰচর্চা নকৰিব। যান-বাহনত সাৱধান। গুৰু-শিষ্যৰ মণিকাঞ্চন সংযোগ। শুভ সংখ্যা আঠ।
সিংহ : বন্ধুৰ সংখ্যা বৃদ্ধি পাব। ধর্মীয় সংযোগ বৃদ্ধি। শুভ ৰং সোণালী। তাত্বিক দৃষ্টিকোণ উন্নত। পৰিৱেশ চম্ভালিব পাৰিব। গুৰু দর্শন। ব্যয়। শুভ সংখ্যা দুই।
কন্যা : কর্মত যোগ্যতা থাকিব। ৰাজনীতিত বিসম্বাদ নকৰিব। শুভ ৰং আকাশী নীলা। যুদ্ধংদেহি মনোভাব পৰিহাৰ কৰক। আলহীৰ আগমন। ভ্ৰমণত কষ্ট। শুভ সংখ্যা পাঁচ।
তুলা : নভাৱে ব্যৱহাৰ প্রৱণতা থাকিব। দুষ্ট লোকক প্রশ্রয় নিদিব। শুভ ৰং গোলাপী। বগলা পূজা কৰিলে সুফল পাব। চুটি ভ্ৰমণৰ যোগ। শুভ সংখ্যা ছয়।
বৃশ্চিক : সাহিত্য-সংস্কৃতি-ক্রীড়াত দক্ষতা বৃদ্ধি। আনৰ সমালোচনালৈ কর্ণপাত নকৰিব। শুভ ৰং কমলা। বজৰংগবলীক স্মৰণ কৰক। চুটি ভ্রমণ। শুভ সংখ্যা দুই।
ধনু : লেখক, গৱেষকৰ উত্তম দিন। আনৰ প্রিয়ভাজন হ’ব পাৰিব। শুভ ৰং মুগা। উৎকণ্ঠা কমাওক শাস্তি পাব। যোগাযোগত উন্নতি। সম্পদ লাভ। শুভ সংখ্যা পাঁচ।
মকৰ : মনলৈ আহিলেও যিকোনো কথা নক’ব। দুর্গম ঠাইত বিস্ক নলব। শুভ ৰং গোলাপী। দৰিদ্ৰক ভোজন দান কৰক। চুটি ভ্রমণ। ব্যয়। শুভ সংখ্যা ছয়।
কুম্ভ : মনৰপৰা অস্থিৰতা আঁতৰিব। আৱেগ বর্জন কৰক। শুভ ৰং আকাশীনীলা। জ্যেষ্ঠ ভাতৃক লৈ চিন্তা। কৃষকৰ যোগাত্মক চিন্তা। অর্থ লাভৰ যোগ। শুভ সংখ্যা পাঁচ। 
মীন : মন প্রফুল্ল। দৃঢ়তাৰে আগুৱাব পাৰিব। শুভ ৰং কমলা। বজৰংগবলীক পূজা কৰক সংকট দূৰ হ’ব। সন্তানক লৈ চিন্তা। মদ নাখাব। ব্যয়। শুভ সংখ্যা দুই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি