Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:42 am

Home » আঞ্চলিক » অসম » ৭ আগষ্টত চতুৰ্থ বৰ্গ আৰু অহা ২১ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা

৭ আগষ্টত চতুৰ্থ বৰ্গ আৰু অহা ২১ আগষ্টত তৃতীয় বৰ্গৰ পৰীক্ষা

অসম চৰকাৰৰ চতুৰ্থ আৰু তৃতীয় বৰ্গৰ খালী থকা পদসমূহ পূৰণৰ বাবে ৰাজ্য চৰকাৰে পৰীক্ষাৰ দিন নিদ্ধৰ্াৰণ কৰিছে৷ অহা ৭ আগষ্টত চতুৰ্থ বৰ্গ আৰু অহা ২১ আগষ্টত তৃতীয় বৰ্গৰ পদসমূহ পূৰণৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব৷ আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত তৃতীয় শ্ৰেণী আৰু চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ এই পৰীক্ষাৰ বাবে তৃতীয় বৰ্গৰ বাবে মুঠ ৬,৭১,৮০৫ গৰাকী আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে ৪,৪৩,৬৫৫ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে৷ আনহাতে, তৃতীয় বৰ্গৰ অধীনত চালক পদৰ বাবে ৭৭,০৪৯ গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু এই পদসমূহৰ বাবে সুকীয়াকৈ পৰীক্ষাৰ দিন ধাৰ্য কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট বিষয়াসকলক সমগ্ৰ নিয়োগ প্ৰক্ৰিয়াটোত স্বচ্ছতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে৷ এই পৰীক্ষা নিখঁুতভাৱে সম্পাদন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে কেইবাটাও পৰামৰ্শ আগবঢ়ায়৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি