Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:29 pm

Home » দেশ-বিদেশ » ৰাষ্ট্ৰীয় » ABVP Storms Lucknow University, Threatens Professor : হিন্দু দেৱতাক ‘অপমান’৷

ABVP Storms Lucknow University, Threatens Professor : হিন্দু দেৱতাক ‘অপমান’৷

বিতৰ্কত অধ্যাপক: হিন্দু দেৱতাসকলকঅপমান৷ লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপকক সকীয়নী এবিভিপিৰ

 

লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰবিৰ বিৰুদ্ধে অমন দুবে নামৰ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰই এখন এজাহাৰ দাখিল কৰিছে এজাহাৰ অনুসৰি, অধ্যাপকজনে হিন্দু শিক্ষাৰ্থীসকলৰ অনুভূতিক আঘাত কৰি হিন্দু
দেৱতাক অপমান কৰিছে

ইফালে সন্দীপ সিং নামৰ এজন সমাজকৰ্মীয়ে অভিযোগ কৰিছে যে অধ্যাপকজন দলিত
হোৱা বাবে তেওঁৰ
বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে

জ্ঞানৱাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰক লৈ হোৱা বিতৰ্কৰ মাজতে লক্ষ্ণৌ বিশ্ববিদ্যালয়ৰ অধ্যাপকেবিতৰ্কিতমন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্যসকলে বিশ্ববিদ্যালয়ত এই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল কেৱল সেয়াই নহয়, এবিভিপিৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰা আৰু অধ্যাপকজনক হাৰাশাস্তি আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে ঘটনাটো মঙলবাৰে সংঘটিত হৈছিল

 

বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা এটা হিন্দী মাধ্যমৰ সংবাদ
মাধ্যমৰ অনুষ্ঠাত অধ্যপক জনে বিতৰ্কিত মন্তব্য কৰিছিল বুলি অভিযোগ উস্থাপন কৰিছে সংগঠনটোৱে
হিন্দী অধ্যাপক ৰবিকান্ত চন্দনে বিতৰ্কত অংশগ্ৰহণ কৰি পট্টাভি সীতাৰামায়াৰফিড্ডাৰ্ছ এণ্ড ষ্টোন এটা কাহিনী উদ্ধৃত কৰে আৰু জ্ঞানৱাপী মছজিদ আৰু বিশ্বনাথ মন্দিৰক লৈ চলি থকা বিতৰ্কৰ ব্যাখ্যা দিবলৈ চেষ্টা কৰে আৰু এই বিষয়ে ব্যাখ্যা কৰি তেওঁ হিন্দু দেৱদেৱীসকলকঅপমানকৰিছে ইয়াৰ পিছত, এবিভিপিৰ সদস্যসকলে অধ্যাপক ৰবিৰ বিৰুদ্ধে ওলাই আহি প্ৰতিবাদ
সাব্যস্ত কৰে

প্ৰতিবাদকাৰীসকলে বিশ্ববিদ্যালয় চৌহদত প্ৰৱেশ কৰি বিভিন্ন শ্লগান দি কয়, “দেশ কে গদ্দাৰ কোগোলী মাৰ…”

উল্লেখ্য যে ২০২০ চনত দিল্লীৰ হিংসাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰৰ ওঁঠত শ্লোগানটো প্ৰথম শুনা গৈছিল

ইফালে অধ্যাপকজনে সংবাদ মাধ্যমক
কয়
 মোৰ কাৰো অনুভূতিক আঘাত কৰাৰ কোনো অভিপ্ৰায় নাই, নিবিচাৰে মই মাত্ৰ কিতাপখনৰ পৰা কাহিনীটো তুলি লৈছিলো আৰু একে সময়তে, মই কৈছিলো যে এইটো কেৱল এটা কাহিনী, প্ৰকৃত ঘটনা নহয়

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি