Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:13 am

Home » আঞ্চলিক » অসম » Save Women & Child Careৰ উদ্যোগত বৰপেটা ৰোডত আন্তৰ্জাতিক নাৰী দিৱস পালন

Save Women & Child Careৰ উদ্যোগত বৰপেটা ৰোডত আন্তৰ্জাতিক নাৰী দিৱস পালন

বৰপেটাৰোড : সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি বৰপেটা জিলাৰ বাণিজ্যনগৰী বৰপেটাৰোডত Save Women & Child Careৰ উদ্যোগত আৰু নেহেৰু যুৱ কেন্দ্ৰ, বাক্সা জিলাৰ সহযোগত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়৷ 

SAVEৰ অধ্যক্ষ তথা Sangbad Prahariৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে নাৰী দিৱসৰ তাৎপৰ্য বাখ্যাৰে আৰম্ভ কৰা অনুষ্ঠানটিত সভানেত্ৰী মীৰ পিয়াৰা ইছলাম, মানাহপৰীয়া প্ৰেছ গ্লীডৰ সভাপতি মাজহাৰুল ইছলাম, সমাজকৰ্মী তথা প্ৰাক্তন আমছু নেতা ছাজাহান আলী আহমেদ, বাক্সা জিলা আমছুৰ সাধাৰণ সম্পাদক সাহাদত হুছেইন, বৰপেটা জিলা মহিলা কংগ্ৰেছ সেৱাদলৰ সভানেত্ৰী তাৰ্জিনা খানম, আইনৰ ছাত্ৰী জেছমিনা চুলতানা, স্থানীয় বিশিষ্ট ছহিবুল ইছলাম, জহিৰুল ইছলাম, শ্বহিদুল ইছলামৰ লগতে সমাজৰ বিভিন্ন পৰ্যায়ৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷ Save Women & Child care ৰ সাধাৰণ সম্পাদিকা ছানিয়াৰা পাৰবিনে আঁত ধৰা অনুষ্ঠানটিত নাৰী দিৱসৰ প্ৰাসঙ্গিকতা, নাৰী সবলীকৰণ , নাৰী সুৰক্ষা , কিশোৰী সকলৰ শিক্ষা, স্বাস্থ্য আৰু আৰু প্ৰচলিত বাল্য বিবাহ সম্পৰ্কে বিভিন্ন ধৰনৰ আলোচনা কৰা পৰিলক্ষিত হয়। 
উল্লেখ্য যে SAVE নামৰ বেচৰকাৰী সংস্থাটোৰ শাখা Save Women & Child Care-এ বিভিন্ন সময়ত বিভিন্ন কামৰ প্ৰশিক্ষণ, শিক্ষা ক্ষেত্ৰত বিভিন্ন ধৰনৰ সহায় সহযোগিতা কৰাকে ধৰি সমাজত নাৰীসকলক উন্নতিৰ অৰ্থে বিভিন্ন ধৰনৰ স্বেচ্ছামূলক কাম কৰি আছে আৰু অনাগত দিনতো এই ধাৰা অব্যাহত ৰাখিব বুলি উদ্যোক্তাসকলে মত পোষণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি