Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:43 am

Home » আঞ্চলিক » অসম » বিশেষভাবে সক্ষম শিশুসকলৰ লগত লেখিকা ৰমিছা বেগম

বিশেষভাবে সক্ষম শিশুসকলৰ লগত লেখিকা ৰমিছা বেগম


গুৱাহাটী : গুৱাহাটী মহনগৰীৰ দক্ষিণ গাঁওস্থিত Late Rishi Hazarika Memorial Home For Special Children Destinayionত বৃহস্পতিবাৰে লেখিকা ৰমিছা বেগমৰ বৰ জীয়ৰী ৰীমাৰ জন্ম দিন উপলক্ষে জীয়ৰীক লৈ অনাথ আৰু বিশেষভাবে সক্ষম শিশু সকলৰ লগত দিনটো অতিবাহিত কৰে৷ আশ্ৰমত কাম কৰা ৰত্না চেতিয়াৰ হাতত গছৰ পুলি দুজোপা অৰ্পণ কৰি শিশুসকলক লৈ কেক কাটি, চকলেট বিতৰণ কৰে। বেগমে ঘৰৰ পৰা বনাই লৈ যোৱা কেক, পিঠা, পোলাও, কণী, গাজৰৰ হালুৱা আদিৰে শিশু আৰু কিশোৰ-কিশোৰীৰ লগত এসাঁজ লগে ভাগে খায় সন্তুষ্টি প্ৰকাশ কৰে৷ তাত এতিয়ালৈকে ৮৭জন বিশেষভাৱে সক্ষম শিশু, কিশোৰ-কিশোৰী আছে যদিও তাত খোৱা পানীৰ পৰা থকা ব্যৱস্থাটো মুঠেই সুবিধাজনক নহয় বুলি লেখিকা ৰমিছা বেগমে জানিবলৈ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি