Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:29 am

Home » আঞ্চলিক » অসম » লেখিকা,সমাজ সেবিকা,মানব অধিকাৰ কৰ্মী দীপা বৰা দত্ত

লেখিকা,সমাজ সেবিকা,মানব অধিকাৰ কৰ্মী দীপা বৰা দত্ত

গুৱাহাটী : সৰুৰে পৰাই সমাজৰ কাৰণে কিবা এটা কৰাৰ সপোন আছিল। সেয়ে ডিপ্ল’মা ইঞ্জিনিয়াৰ হৈও সমাজৰ কাৰণে কাম কৰাৰ সুবিধা লাভ কৰি বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থা সৃষ্টিৰে বহু মহিলাৰ হাতত কলম তুলি দিয়াৰ চেষ্টা কৰে৷ অৰ্ধ আইনী সেচ্ছাসেবক হিচাপে সমাজৰ বহু লাঞ্ছিত-নিপীড়িত মানুহক বিনামূলীয়া আইনী আগবঢ়াই আহিছে। 
লক ডাউনৰ সময়তো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য কাপোৰ কানি আদি বিলোৱাকে আদি কৰি সেইসকলক নিজৰ নিজৰ গৃহলৈ উভতি যোবাতো সহায় আগবঢ়াইছিল। এই ধৰনৰ কামৰ কাৰনেই ভাৰত তিব্বত সহযোগ মঞ্চৰ দ্ধাৰা কৰ’না যোদ্ধাৰ সন্মান পাবলৈ সক্ষম হয়।আৰাধনা নামৰ এটা মহিলা অনুষ্ঠানত প্ৰায় ১৬০ গৰাকী মহিলালৈ অসমৰ ভিতৰত প্ৰথম মহিলাৰ দ্ধাৰা ঘৰে ঘৰে জাৱৰ উঠোবা কাম ল’বলৈ সক্ষম হয়। নাগৰিক কমিটিকে আদি কৰি বহুতো অনুষ্ঠানৰ যোগেদি বহু দিনৰ পৰা সমাজত সেবা আগবঢ়াই আহিছে দীপা বৰা দত্ত।
ইয়াৰোপৰি মানব অধিকাৰ কৰ্মী হিচাপেও বহু লাঞ্ছিত-নিপীড়িত নাৰীক ন্যায় প্ৰদান কৰি আহিছে। অকল নিজে নহয় লগত আৰু দহগৰাকী মহিলাকো যাতে নিজৰ লগতে আগুৱাই লৈ যাব পাৰে তেনে চিন্তা তথা মানসিকতা লৈয়েই নিজকে সমাজত ব্ৰতী ৰাখিছে দীপা বৰা দত্ত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি