লেখিকা,সমাজ সেবিকা,মানব অধিকাৰ কৰ্মী দীপা বৰা দত্ত
গুৱাহাটী : সৰুৰে পৰাই সমাজৰ কাৰণে কিবা এটা কৰাৰ সপোন আছিল। সেয়ে ডিপ্ল’মা ইঞ্জিনিয়াৰ হৈও সমাজৰ কাৰণে কাম কৰাৰ সুবিধা লাভ কৰি বৃহত্তৰ হাতীগাও শাখা লেখিকা সংস্থা সৃষ্টিৰে বহু মহিলাৰ হাতত কলম তুলি দিয়াৰ চেষ্টা কৰে৷ অৰ্ধ আইনী সেচ্ছাসেবক হিচাপে সমাজৰ বহু লাঞ্ছিত-নিপীড়িত মানুহক বিনামূলীয়া আইনী আগবঢ়াই আহিছে। লক ডাউনৰ সময়তো দৰিদ্ৰ লোকসকলৰ মাজত খাদ্য কাপোৰ কানি আদি বিলোৱাকে আদি কৰি সেইসকলক নিজৰ নিজৰ গৃহলৈ উভতি যোবাতো সহায় আগবঢ়াইছিল। এই ধৰনৰ কামৰ কাৰনেই ভাৰত তিব্বত সহযোগ মঞ্চৰ দ্ধাৰা কৰ’না যোদ্ধাৰ সন্মান পাবলৈ সক্ষম হয়।আৰাধনা নামৰ এটা মহিলা অনুষ্ঠানত প্ৰায় ১৬০ গৰাকী মহিলালৈ অসমৰ ভিতৰত প্ৰথম মহিলাৰ দ্ধাৰা ঘৰে ঘৰে জাৱৰ উঠোবা কাম ল’বলৈ সক্ষম হয়। নাগৰিক কমিটিকে আদি কৰি বহুতো