Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:09 pm

Home » বিবিধ » প্ৰতিযোগিতা » ‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা

‘সংবাদ প্ৰহৰী’ কবিতা আবৃত্তি প্ৰতিযোগিতা

স্ব-ৰচিত কবিতা প্ৰতিযোগিতাই বিশেষ সহাঁৰি লাভ কৰাৰ পিছত এইবাৰ ‘সংবাদ প্ৰহৰী’ৰ সাহিত্য শিতানে আগবঢ়াইছে- *কবিতা আবৃত্তি প্ৰতিযোগিতা*
প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ
========================
১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা আবৃত্তিৰ ভিডিঅ’ প্ৰস্তুত কৰি প্ৰেৰণ কৰিব পাৰিব৷ (আবৃত্তিকাৰ হে প্ৰতিযোগী হিচাপে বিবেচিত হ’ব)
২৷ কবিতাটি অসমীয়া ভাষাৰ হ’ব লাগিব আৰু কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷
৩৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি উন্নতমানৰ হোৱাৰ লগতে ইউনিক মিউজিক আৰু ফুটেজ তথা দৃশ্য (Unique Music & Footage) ব্যৱহাৰ কৰিব লাগিব৷ (কপি কৰা মিউজিক/ফুটেজ হলে বা কপিৰাইট (Copyright Claim) বুলি ধৰা পৰিলে প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব)
৪৷ প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি পূৰ্বতে ফেচবুক বা ইউ টিউবত আপলোড কৰা হ’লেও প্ৰতিযোগিতাৰ পৰা বাতিল কৰা হ’ব৷ অৰ্থাৎ প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিটিঅ’টি নতুনকৈ ভিডিঅ’ প্ৰস্তুত কৰিব লাগিব৷
৫৷ আবৃত্তি কৰি ভিডিঅ’টোত কোনো ল’গ’ বা প্ৰতীক ব্যৱহাৰ নকৰিব৷ সেইখিনি আমাৰ ফালৰ পৰা সম্পাদনা কৰা হ’ব৷
৬৷ কবিতা আবৃত্তিৰ ভিটিঅ’টি প্ৰস্তুত কৰোতে আৰম্ভণিতেই কবি আৰু আবৃত্তিকাৰৰ নাম উল্লেখ কৰা বাঞ্ছনীয়৷ (ফটোসহ প্ৰকাশ কৰিব পাৰিলে উত্তম)
৭৷ কবিতা আবৃত্তিৰ ভিটিঅ’টি প্ৰতিযোগীসকলে ‘প্ৰতিযোগিতাৰ বাবে’ বুলি উল্লেখ কৰি কবিতাৰ সৈতে নিজৰ নাম, ঠিকনা, ফোন/হোৱাটচএপ নম্বৰ আৰু ফটো আমাৰ অফিচিয়েল Whatsapp No.+917578801008 নাইবা ই-মেইল : sangbadprahari@gmail.comত প্ৰেৰণ কৰিব লাগিব৷
৮৷ প্ৰতিযোগীসকলৰ বাবে বয়সৰ কোনো সময়সীমা নাথাকিব অৰ্থাৎ সকলো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷
৯ | কবিতা প্ৰেৰণৰ শেষ তাৰিখ- ২৫ ডিচেম্বৰ, ২০২১৷
প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতা আবৃত্তিৰ ভিডিঅ’টি ১৫ ডিচেম্বৰ, ২০২১ তাৰিখৰ পৰা ২৫ ডিচেম্বৰ, ২০২১ তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ’ব৷
১০৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি আমাৰ Official Facebook Page (www.facebook.com/sangbadprahari) আৰু YouTube Channel (https://www.youtube.com/c/SangbadPraharitv)ত প্ৰকাশ কৰা হ’ব৷ (আমাৰ ফেচবুক পেজটো Like বা Follow কৰাৰ লগতে You Tube Channelটো Subscribe কৰিবলৈ নাপাহৰিব৷)
১১ | প্ৰতিযোগীসকলক ভোটৰ জৰিয়তে শীৰ্ষ তিনিগৰাকীক বিজয়ী বাছনি কৰা হ’ব।
১২৷ কবিতা আবৃত্তিৰ ভিডিঅ’টি প্ৰকাশ হোৱাৰ পিছত ১৫ জানুৱাৰী, ২০২২ তাৰিখৰ সন্ধিয়া ৬ বজালৈকে লাভ কৰা ভিউজ, লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ ভিওিত পইণ্ট গণনা কৰা হ’ব ।
১৩৷ পইণ্টৰ তালিকা ‌তলত দিয়া ‌ধৰণেৰে হিচাপ কৰা হ’ব:-
You Tubeত-
  • ১টা Like = ১ পইণ্ট
  • ১টা‌ Comment = ২ পইণ্ট
  • ১টা Views = ৩ পইণ্ট
Facebookত-
  • ১টা Like = ১ পইণ্ট
  • ১টা‌ Comment = ২ পইণ্ট
  • ১টা Views = ২ পইণ্ট
(Replyবোৰ Comment বুলি ধৰা নহ’ব)
১৪৷ বিচাৰকৰ ফালৰ পৰা থাকিব মুঠ ৫০ পইণ্ট৷
১৫৷ স্ব-ৰচিত কবিতা পাঠ কৰিলে অতিৰিক্ত ১০০ পইণ্ট দিয়া হ’ব৷
১৬৷ ফলাফলৰ বাবে You Tube আৰু Facebookৰ Views, Like, আৰু Comment সমূহৰ পইণ্ট একগোট কৰি সৰ্বমুঠ পইণ্ট হিচাপ কৰা হ’ব।
১৭৷ প্ৰতিযোগিতাৰ ফলাফল ২০ জানুৱাৰী/২০২২ তাৰিখে আমাৰ Official Facebook Page আৰু আমাৰ ৱেবছাইট www.sangbadprahari.comত প্ৰকাশ কৰা হ’ব।
১৮৷ বিজয়ী সকলক ‘সংবাদ প্ৰহৰী’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত পুৰস্কাৰৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰ প্ৰদান কৰা হ’ব ৷
বি: দ্ৰ:: আয়োজক আৰু বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি