- গকুল ডেকা , ঘিলাকুৰি, দৰং (অসম )
নিঠৰুৱা হ’লোঁ অ দেউতা
পৰিত্ৰান কৰা ।
অকিঞ্চনৰ কাৰনে আজি
শ্ৰান্ত হৈ পৰিলোঁ
সঙ্কট বাজিছে অ দেউতা ,
শ্ৰান্ত হৈ পৰিলোঁ
সঙ্কট বাজিছে অ দেউতা ,
অন্তৰে কান্দিছে অ দেউতা
গৌৰৱ কৰো অ দেউতা ।
দুৰ্দশা হ’লেওঁ অঘৰী নহয় ,
অঘৰী নহয় ! নিভূত ভাৱে
অনশন কৰিছোঁ দেউতা ।
প্ৰতিৰোধ নেদিবা
অনশন কৰিছোঁ দেউতা ।
প্ৰতিৰোধ নেদিবা
পৰিত্ৰান কৰা দেউতা ।
অন্ন দাতা নাই অ দেউতা
এয়ে সংসাৰৰ
আমিবোৰ মানুহ�।
দাবি কৰিছোঁ ঈশ্বৰ
জীয়াই থাকিবলৈ দিয়া
আমি বোৰ মানুহ