- জহিৰুল হুছেইন
নোৱাৰে ৰুধিব… সংগ্ৰামী কণ্ঠ ….
লৈছোঁ বীৰ শ্বহীদৰ কেচাঁ তেজৰ পণ ।
আই তোৰ আলোকিত কবিতাৰ চন্দ
মচিব নিদিওঁ কদাপিও …….
বীৰ সেনানী আমি অসমৰ ।
নিৰ্ভয়ে ..নিৰন্তৰে কৰি যাম সংগ্ৰাম …
শেষ বিন্দু তেজৰ ..থাকোঁতে টোপাল ।
গাই যাম !!.জাতিৰ জীয়া গান ..অবিৰাম …
কৰি তুলিম … মোৰ মাতৃভূমি জীপাল ।
নোৱাৰে ৰুধিব সংগ্ৰামী কণ্ঠ ..
লৈছোঁ বীৰ শ্বহীদৰ কেচাঁ তেজৰ পণ ।
নালাগে ..নালাগে ..গঢ়িব ..নালাগে
অসমী আইৰ বক্ষত বিদেশীৰ ভেঁটি
হেৰাব নিদিওঁ অসমীয়াৰ আচুতীয়া অভিমান ।
লিখি থ’ম লাগিলে তেজেৰে জাতিৰ ইতিসাহ
হেৰাব নিদিওঁ আই তোৰ স্বাভিমান ।
লুইতৰ পাৰৰ লাচিতৰ দেশৰ ডেকাই দিছোঁ…
অভয় বাণী ………
“নিদিওঁ মাৰ যাবলৈ অসমী আইৰ আলোকিত মান
একতাৰে একেস্বৰে গাই ….
অসমী আইৰ বক্ষত বিদেশীৰ ভেঁটি
হেৰাব নিদিওঁ অসমীয়াৰ আচুতীয়া অভিমান ।
লিখি থ’ম লাগিলে তেজেৰে জাতিৰ ইতিসাহ
হেৰাব নিদিওঁ আই তোৰ স্বাভিমান ।
লুইতৰ পাৰৰ লাচিতৰ দেশৰ ডেকাই দিছোঁ…
অভয় বাণী ………
“নিদিওঁ মাৰ যাবলৈ অসমী আইৰ আলোকিত মান
একতাৰে একেস্বৰে গাই ….
ক’ম আমি
জয়….. আই ……অসম
জয় ……আই ……অসম
জয়…..আই….অসম ।”
জয়….. আই ……অসম
জয় ……আই ……অসম
জয়…..আই….অসম ।”
ঠিকনা :- সোণাৰী , চৰাইদেউ জিলা ।
পিন :- ৭৮৫৬৯০
হোৱাটছ এপ নম্বৰ :- ৮৪৭২৮৫৭৫৬৩