Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:14 pm

Home » সাহিত্য » ‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷

‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷

সামাজিক মাধ্যমত বৃদ্ধি পোৱা কাব্য চৰ্চাৰ প্ৰতি লক্ষ্য ৰাখি আৰু কবিসকলক উৎসাহ যুগুৱাৰ মানসেৰে নিৰ্ভৰযোগ্য গ্ৰন্থ প্ৰকাশন প্ৰতিষ্ঠান ‘ছেভ পাব্লিচাৰ্ছ’-এ আগবঢ়াইছে ‘সংবাদ প্ৰহৰী কবিতা প্ৰতিযোগিতা’৷
*স্ব-ৰচিত কবিতা প্ৰতিযোগিতা*
প্ৰতিযোগিতাৰ নিয়মাৱলীসমূহ
=====================
১৷ এগৰাকী প্ৰতিযোগীয়ে এটি কবিতা প্ৰেৰণ কৰিব পাৰিব৷ কবিতাসমূহ স্ব-ৰচিত আৰু অসমীয়া ভাষাৰ হ’ব লাগিব৷ কবিতাসমূহৰ বাবে কোনো নিৰ্দিষ্ট বিষয়বস্তু বাছি দিয়া হোৱা নাই৷
২৷ প্ৰতিযোগীসকলে ‘প্ৰতিযোগিতাৰ বাবে’ বুলি উল্লেখ কৰি কবিতাৰ সৈতে নিজৰ নাম, ঠিকনা, ফোন-হোৱাটচএপ নম্বৰ আৰু ফটো আমাৰ অফিচিয়েল Whatsapp No.+917578801008 নাইবা ই-মেইল : sangbadprahari@gmail.comত প্ৰেৰণ কৰিব লাগিব৷
৩৷ প্ৰতিযোগীসকলৰ বাবে বয়সৰ কোনো সময়সীমা নাথাকিব অৰ্থাৎ সকলো বয়সৰ প্ৰতিযোগীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷
৪ | কবিতা প্ৰেৰণৰ শেষ তাৰিখ- ১৫ অক্টোবৰ, ২০২১৷
প্ৰতিযোগিতাৰ বাবে প্ৰেৰণ কৰা কবিতাসমূহ ০৭ অক্টোবৰ, ২০২১ তাৰিখৰ পৰা ১৫ অক্টোবৰ, ২০২১ তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ’ব৷
৫৷ কবিতাসমূহ আমাৰ ৱেবছাইট (www.sangbadprahari.com)ত প্ৰকাশ কৰা হ’ব আৰু তাৰ লিংক Official Facebook Page (www.facebook.com/sangbadprahari)তো প্ৰকাশ কৰা হ’ব৷ (আমাৰ ফেচবুক পেজটো Like বা Follow কৰিবলৈ নাপাহৰিব৷)
৬ | প্ৰতিযোগীসকলক ভোটৰ জৰিয়তে শীৰ্ষ তিনিগৰাকীক বিজয়ী বাছনি কৰা হ’ব।
৭৷ কবিতাসমূহ প্ৰকাশ হোৱাৰ পিছত ৩০ অক্টোবৰ, ২০২১ তাৰিখৰ সন্ধিয়া ৬ বজালৈকে লাভ কৰা লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ ভিওিত পইণ্ট গণনা কৰা হ’ব ।
৮৷ পইণ্টৰ তালিকা ‌তলত দিয়া ‌ধৰণেৰে হিচাপ কৰা হ’ব:
ৱেবছাইটত-
  • ১টা‌ ভিউজ = ৫ টা ভোট
  • ১টা কমেণ্ট = ৩ টা ভোট
Facebookত-
  • ১টা Like = ১টা ভোট
  • ১টা‌ Comment = ২টা ভোট
  • ১টা Share = ৩ টা ভোট
৯৷ বিচাৰকৰ ফালৰ পৰা থাকিব মুঠ ৫০ পইণ্ট৷
১০৷ ৱেবছাইট আৰু Facebookৰ Views, Like, Comment আৰু Shareসমূহ একগোট কৰি সৰ্বমুঠ পইণ্ট হিচাপ কৰা হ’ব।
১১৷ প্ৰতিযোগিতাৰ ফলাফল ১ নৱেম্বৰ/২০২১ তাৰিখে আমাৰ Official Facebook Page আৰু আমাৰ ৱেবছাইট www.sangbadprahari.comত প্ৰকাশ কৰা হ’ব।
১২৷ বিজয়ী সকলক ‘সংবাদ প্ৰহৰী’ৰ সপ্তম বৰ্ষপূৰ্তি অনুষ্ঠানত উপযুক্ত পুৰস্কাৰৰ লগতে প্ৰতিগৰাকী প্ৰতিযোগীক অংশগ্ৰহণকাৰীৰ মানপত্ৰ প্ৰদান কৰা হ’ব ৷
বি: দ্ৰ:: আয়োজক আৰু বিচাৰকৰ সিদ্ধান্তই চুড়ান্ত সিদ্ধান্ত বুলি গন্য কৰা হব।
ধন্যবাদেৰে-
বিভাগীয় সম্পাদক, সংবাদ প্ৰহৰী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি