Weather Data Source: wetter Bangalore 14 tage

June 25, 2025 2:45 pm

Home » আঞ্চলিক » অসম » তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাক সাক্ষাৎ সাংবাদিক সুৰক্ষা সন্থাৰ

তথ্য আৰু জনসংযোগৰ সঞ্চালক বিষ্ণু কমল বৰাক সাক্ষাৎ সাংবাদিক সুৰক্ষা সন্থাৰ

গুৱাহাটী : অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ত নতুনকৈ সঞ্চালকৰ দায়িত্ব লাভ কৰা বিষ্ণু কমল বৰাৰ সৈতে সদৌ অসম সাংবাদিক সুৰক্ষাই সন্থাৰ এক সঁজাতি দলে সাক্ষাৎ কৰি ফুলাম গামোছাৰে সম্ভাষণ জনোৱাৰ লগতে সন্থাৰ তৰফৰ পৰা অভিনন্দন পত্ৰ প্ৰদান কৰে৷ সাক্ষাতৰ সময়ত ৰাজ্যখনৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত, আলোচনী আৰু ৱেব মিডিয়াৰ বিভিন্ন সমস্যা আৰু সাংবাদিকসকলৰ সুৰক্ষা সম্পৰ্কে ইতিবাচক আলোচনা কৰা হয়৷ সদৌ অসম সাংবাদিক সুৰক্ষা সন্থাৰ হৈ সঞ্চালকগৰাকীৰ সৈতে সাক্ষাৎ কৰিবলৈ যোৱা সঁজাতি দলটোত ‘আধুনিক অসম’ৰ মুখ্য সম্পাদক তথা সন্থাৰ উপদেষ্টা মণ্ডলীৰ ৰাজীৱ পানীফুকন, তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ প্ৰাক্তন উপ-সঞ্চালক খগেন মেধি, ‘নয়ন’ৰ সম্পাদক অচ্যুৎ চন্দ্ৰ লহকৰ, সন্থাৰ সভাপতি অৰুণ ভাগৱতী, উপ-সভাপতি ৰহম আলী, সাধাৰণ সম্পাদক আকবৰ মজুমদাৰ, কোষাধ্যক্ষ এছ ডি সিনহা, প্ৰচাৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে উপস্থিত থাকে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি