| |

নতুন এছ অ’ পিঃ স্বাস্থ্যমন্ত্ৰীৰ সংবাদমেল

 – আজি প্ৰকাশ পালে নতুন SOP – স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে SOP – চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা – ৮ বজালৈ খুলিব পাৰিব দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান৷  -নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন৷ – ১০০ শতাংশ যাত্ৰীৰে চলিব আন্তঃজিলা যাতায়াত৷ অৱশ্যে বাহনত থিয় কৰাই নিব নোৱাৰিব যাত্ৰী৷  -মটৰ চাইকেলত দুজন যাত্ৰী উঠাব পাৰিব৷ ইফালে এতিয়াৰে পৰা দুটাকৈ ভেকচিন লোৱা বিমান যাত্ৰীয়ে বিমান বন্দৰত কৰিব নালাগে কভিড টেষ্ট৷ – ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব চূড়ান্ত বৰ্ষৰ পাঠদান৷ ১৮ বছৰৰ ওপৰৰ ছাত্ৰ-ছাত্ৰীয়ে এটা ভেকচিন লোৱাটো বাধ্যতামূলক৷ সবিশেষ চাওক…