Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 7:01 pm

Home » আঞ্চলিক » অসম » বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট

বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট

  • বৰপেটাৰোডত চলিছে সাৰৰ বৃহৎ ছিণ্ডিকেট
  • নাটনিৰ অজুহাত দেখুৱাই ছিণ্ডিকেট চলাইছে একাংশ অসাধু ব্যৱসায়ীয়ে
  • ছপা মূল্যতকৈ দুগুণ মূল্যত বিক্ৰী কৰিছে ৰাসায়নিক সাৰ
 
বৰপেটাৰোড : লকডাউনৰ সুযোক লৈ বাণিজ্য নগৰী বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে ছেণ্ডিকেট চলাইছে । কৃষকক ৰামটাঙোন শোধাই বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে ছপা মূল্যত কৈ দুগুণ লাভত বিক্ৰী কৰিছে ৰাসায়নিক সাৰ। তাৰোপৰি নিজৰ ইচ্ছামতে দাম বহুৱাই সাৰ বিক্ৰী কৰি আহিছে বীজ ভাণ্ডাৰৰ দোকানীসকলে৷
কৰোনাৰ এই ভয়াৱহ নাটনিৰ মাজতো খেতিয়কসকলে কপালৰ ঘাম মাটিত পেলাই খেতি কৰি সম্প্ৰতি বজাৰত বিক্ৰী কৰিব নোৱাৰা হৈছে নিজৰ উৎপাদিত ফচল৷ কিন্তু তেনে সময়তেই বৰপেটাৰোডৰ একাংশ সাৰৰ দোকানীয়ে চলাইছে ছেণ্ডিকেট ৰাজ। ইউৰিয়া সাৰৰ পেকেটিং মূল্য হ’ল ২৬৬•৫০ টকা কিন্তু বৰপেটাৰোডৰ একাংশ বীজ ভাণ্ডাৰৰ দোকানীয়ে তাৰ বিনিময় লৈছে ৪০০ ৰ ৫০০ টকা।
বৰপেটাৰোডত সাৰৰ এই বিশাল ছেণ্ডিকেটৰ বিষয়ে বৰপেটাৰোডৰ বীজ ভাণ্ডাৰ সংস্থাৰ সভাপতি শ্বাজিদুৰ ৰহমান আৰু সম্পাদক ঋষি কাশ্যপৰ মতে ছপা মূল্যত কৈ অধিক দামত বিক্ৰী হোৱা নাই সাৰ। আৰু যদি কোনোবাই ছপা মূল্যত কৈ অধিক দামত বিক্ৰী কৰিছে তেন্তে বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰাৰ উচিত।
উল্লেখযোগ্য যে বীজ ভাণ্ডাৰ সন্থাই ইয়াক অস্বীকাৰ কৰিলেও সন্থাৰ অধিকাংশ সদস্যই এই ছিণ্ডিকেটত জড়িত৷ পিছে কোন আৰু কেনেকৈ বৰপেটাৰোডত এই বৃহৎ সাৰৰ ছিণ্ডিকেট চলাই আহিছে সেয়া বিস্থাৰিতভাৱে ফাদিল কৰিম পৰৱৰ্তী প্ৰতিবেদনত৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি