| | |

ৰূপ সলোৱা এটি বিশেষ বাসগৃহ

· ৰূপ সলোৱা এটি বিশেষ বাসগৃহ · পাঁচ বছৰৰ মূৰে মূৰে ৰূপ সলাই বাসগৃহটো · বাসগৃহ নে ৰাজনৈতিক দোকান? লাহৰীঘাট : এটি বিশেষ বাসগৃহ । প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে বাসগৃহ টো নতুন ৰূপ লাভ কৰে। অনুভৱ হয় বাসগৃহ নহয় যেন কোনোবা ৰাজনৈতিক দোকানহে এয়া । চাৰি বছৰ বাসগৃহ টো হাবি জংঘলেৰে আৱৰি থাকে। কেতিয়াবা আকৌ বাসগৃহ টোত ভূত ওলোৱাৰ কথাও ৰাইজৰ মূখে মূখে চৰ্চা লাভ কৰে । বিগত দিনত এই বিশেষ বাসগৃহ টো সংবাদ মাধ্যমতো স্থান দখল কৰিবলৈ সক্ষম হৈছে । পিছে নিৰ্বাচন আহিলেহে বাসগৃহ টোৰ গৃহস্থই সাৰ পাই আৰু ধুমকেতুৰ দৰে আগমন ঘটে । এতিয়া হয়তো আপোনাৰ জানিবলৈ ইচ্ছা হৈছে আমি কি ক’ব বিচাৰিছোঁ। হয়, আমি‌ ক’ব বিচাৰিছোঁ