| | |

বাক্সাৰ বালিপূৰ গাঁৱত হাতীৰ জাকৰ তাণ্ডৱ : ক্ষতিপূৰণ আদায় দিয়াৰ দাবী দুৰ্ভগীয়া খেতিয়কসকলৰ

|

মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিবলৈ ভাঙিলে অবৈধ বেৰ

মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিবলৈ ভাঙিলে অবৈধ বেৰ :-  আনন্দ বজাৰ : বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰোডৰ শান্তিনগৰ- ৯ নং ৱাৰ্ডৰ এটা পথৰ অবৈধ দখল আজি উৎখাত কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে কেবাবছৰ ধৰি ব্যৱহাৰ হৈ থকা ৬ ফুট বহল ৰাস্তাটো সন্মুখ ভাগৰ বাসিন্দা ৰশিদ আলী ওৰফে আব্দুৰ ৰশিদে বিগত কেই বছৰত অন্যায়ভাবে অলপ অলপকৈ চপাই যাতায়াত প্ৰায় বন্ধ কৰি পেলায়। বিবাদ মীমাংসাৰ বাবে ইতিপূৰ্বে তিনিবাৰকৈ ৰাইজ মেল বহে যদিও অভিযুক্ত ৰশিদে বিভিন্ন অজুহাত দেখুৱাই মেলত অনুপস্থিত থাকে।  দীৰ্ঘদিনীয়া মনোমালিন্য দূৰ কৰি দিবলৈ বাৰম্বাৰ চেষ্টা চলোৱা বৰমূৰীয়া ৰাইজৰ বিৰুদ্ধে ওলোটাই থানা তথা আদালতত কেবাটাও ভুৱা আৰু বিভ্ৰান্ত গোচৰ তৰি হাৰাশাস্তি কৰাৰ লগতে নানা ভয় ভাবুকি প্ৰদান কৰি আহিছে বুলি ৰাজহুৱা