| | | |

ধ্ৰুবজ্যোতি ডেকা- এজন গেলামাল দোকানীৰ পুত্ৰৰ এক চমকপ্ৰদ যাত্ৰা

ছাবিনা ইয়াছমিন, গুৱাহাটী :  খবৰৰ মাজত হেৰুৱাই যোৱা এনে এটা খবৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো, যিটো খবৰে আপোনাক সচাকৈয়েই অনুপ্ৰাণিত কৰি তুলিব৷ আপোনাক ভাবিবলৈ বাধ্য কৰাব যে উন্নতিৰ জখলা বগাবলৈ হলে আজিৰ শিশুসকল ইংৰাজী মাধ্যমতেই পঢ়িব লাগে নে? অসমীয়া তথা নিজ মাতৃভাষাত পঢ়াশুনা কৰি দেশ-বিদেশত সুনাম কঢ়িওয়াব নোৱাৰি নেকি? হয়, এনধৰেণই চিন্তা-চৰ্চাৰ মাজেৰে হাবাথুৰি খাই পৰা একাংশ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই প্ৰতিবেদন-  আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য- নিজ মাতৃভাষা তথা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা দিয়া ৷  আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য- আৰ্থিক দীনতাই যে উন্নতিৰ হেঙাৰ হব নোৱাৰে তাৰে এক অনন্য নিদৰ্শন৷  এজন গেলামাল দোকানীৰ পুত্ৰৰ এক চমকপ্ৰদ যাত্ৰা৷ নাম- ধ্ৰুবজ্যোতি ডেকা৷ অসমীয়া মাধ্যমৰ