Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:34 pm

Home » আঞ্চলিক » অসম » কোৰোণা ভাইৰাছৰ কলাৰ টিউন বন্ধ কৰিব বিচাৰে নেকি আপুনি ?

কোৰোণা ভাইৰাছৰ কলাৰ টিউন বন্ধ কৰিব বিচাৰে নেকি আপুনি ?

 কোৰোণা ভাইৰাছৰ কলাৰ টিউন শুনি আমনি লাগিছে নেকি? কেনেকৈ বন্ধ কৰিব এই কলাৰ টিউন?

কোৰোণা ভাইৰাছৰ সৈতে গোটেই দেশ যুঁজি আছে…’ – এই কলাৰ টিউনটো শুনি আমনি লাহিছে নেকি? এই কলাৰ টিউন বন্ধ কৰিব বিচাৰে নেকি আপুনি? ভাৰতত কোৰোণাৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পিছতে চৰকাৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে ম’বাইল সেৱা প্ৰদানকাৰী সংস্থাসমূহক এই কলাৰ টিউন ব্যৱহাৰ কৰাৰ নিৰ্দেশ দিছিল। কোৰোণাৰ প্ৰকোপ কিছু কমিছে যদিও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। কিন্তু যদি আপুনি এই কলাৰ টিউনৰ পৰা অতিষ্ঠ হৈছে তেন্তে ইয়াক আপুনি বন্ধ কৰিব পাৰে। কেনেকৈ বন্ধ কৰিব এই কলাৰ টিউন?

এয়াৰটেলৰ গ্ৰাহকসকলে *646*224# ডায়েল কৰক আৰু তাৰ পিছত 1 টিপক। আপুনি কলাৰ টিউন সেৱা বন্ধ হোৱাৰ কনফাৰমেচন মেছেজ পাব।

ভোডাফোনৰ গ্ৰাহকসকলে ম’বাইলৰ মেছেজত CANCT লিখি প্ৰেৰণ কৰক 144 নম্বৰলৈ।

বিএছএনএলৰ গ্ৰাহকে মেছেজত UNSUB টাইপ কৰি প্ৰেৰণ কৰক 56700 বা 56799 নম্বৰলৈ। ইয়াৰ পিছতে আপুনি লাভ কৰিব কলাৰ টিউন সেৱা বন্ধৰ কনফাৰমেচন।

জিঅ’ নম্বৰৰ পৰা মেছেজত টাইপ কৰক STOP আৰু প্ৰেৰণ কৰক 155223 নম্বৰলৈ।

বহু লোকে এই কলাৰ টিউন শুনি অতিষ্ঠ হোৱাৰ অভিযোগ উঠিছিল। অৱশ্যে এইক্ষেত্ৰত এইপৰ্যন্ত চৰকাৰীভাৱে কোনো ঘোষণা অহা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি