Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:06 pm

Home » আঞ্চলিক » অসম » ৰকিবুল-প্ৰদ্যুত্ বৰদলৈপন্থীৰ মাজত হতাহতি

ৰকিবুল-প্ৰদ্যুত্ বৰদলৈপন্থীৰ মাজত হতাহতি

 নগাঁও : সাতদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত পৰ্যবেক্ষক জিতেন্দ্ৰ সিং সোমবাৰে নগাঁৱত উপস্থিত হয়। জিতেন্দ্ৰ সিঙক নগাঁৱৰ ৰাজীৱ ভৱনত উষ্ম আদৰণি জনোৱাৰ সময়তে পথতে দুই পক্ষৰ মাজত সৃষ্টি হয় হতাহতৰ। 

বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ সমৰ্থকৰ মাজত হতাহতি লাগে।  দুই মেৰুত বিভাজিত নগাঁও জিলা কংগ্ৰেছত কিছু সময়ৰ বাবে তীব্ৰতৰ হৈ পৰে অন্তঃকন্দল৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ পন্থীৰ মাজত লগা এই হতাহতিক কেন্দ্ৰ কৰি কিছুসময়ৰ বাবে উত্তপ্ত হৈ পৰে নগাঁও কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদ৷ 

পৰৱৰ্তী সময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ইফালে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদত প্ৰদ্যুৎ বৰদলৈপন্থীয়ে ৰকিবুল হুছেইন গ’বেগ ধ্বনি দিয়া বুলি জানিব পৰা গৈছে৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি