Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:20 am

Home » আঞ্চলিক » অসম » প্ৰতিমাৰ সলনি 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা,

প্ৰতিমাৰ সলনি 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা,

 মৃন্ময় প্ৰতিমা নহয়, 3D ফটোৰে দুৰ্গা দেৱীক উপাসনা, পিছে ক’ত?

অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা।

অব্যাহত আছে কোৰোণাৰ সংক্ৰমণ। আগতকৈ কিছু পৰিস্থিতি স্বাভাৱিক হৈছে যদিও এইবাৰ বহু নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব শাৰদীয় দুৰ্গা পূজা। ইয়াৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু নীতি-নিৰ্দেশনা।

ইফালে দেশৰ এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ নাই আগৰ দৰে পূজাৰ উচাহ। কেৱল মাত্ৰ পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰেই এইবাৰ সম্পন্ন হ’ব পূজা। এইবাৰৰ দুৰ্গা পূজাত দেখা নাযাব বৃহৎ বৃহৎ চকুত লগা মণ্ডপ। বহু পূজা মণ্ডপত এইবাৰ দেখা যাব মাত্ৰ দুই-তিনি ফুট উচ্চতাৰ প্ৰতিমা। লগতে বহু পূজা মণ্ডপত এইবাৰ হ’ব কেৱল ‘ঘট পূজা’।

তাৰ মাজতে ডিব্ৰুগড়ৰ এখন ব্যতিক্ৰমী পূজাই এইবাৰ দৃষ্টি আকৰ্ষণ কৰিব বহুতৰে। ডিব্ৰুগড় চহৰৰ এখন পূজাস্থলীত দেখা যাব দূৰ্গাদেৱীৰ বৃহৎ 3D ছবি। প্ৰতিমাৰ সলনি দুৰ্গাদেৱীৰ 3D ছবিতে পুৰোহিতে কৰিব পুজা। ডিব্ৰুগড়ৰ কালীবাৰীত অৱস্থিত ২০০ বছৰতকৈ অধিক পুৰণি কালী মন্দিৰৰ পুজাত দেখা যাব প্ৰায় ১৫ফুট উচ্চতাৰ দেৱী দুৰ্গাৰ 3D ফটো।

প্ৰতিমাৰ সলনি স্থাপন কৰিবলগীয়া এই ফটোতেই সম্পূৰ্ণ বৈদিক নীতি নিয়মৰ মাজেদিয়েই কৰা হ’ব দুৰ্গা পূজা। এই ব্যতিক্ৰমী পূজা ভাগে এতিয়া আকৰ্ষিত কৰিছে বহু ভক্তক।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি