Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:15 am

Home » আঞ্চলিক » অসম » এইবাৰ কংগ্ৰেছ চৰকাৰ নাহিলে নিজৰ কাণ কাটি পেলাব আৰ পি শৰ্মাই

এইবাৰ কংগ্ৰেছ চৰকাৰ নাহিলে নিজৰ কাণ কাটি পেলাব আৰ পি শৰ্মাই

গুৱাহাটী:প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই নিজৰ কাণ কাটি পেলাব যদিহে কংগ্ৰেছ কৰ্মীসকলে ত্যাগ স্বীকাৰ কৰি কাম কৰি যোৱাৰ পিছতো কংগ্ৰেছ চৰকাৰ নাহে। উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে কেঁচুৱা জন্ম দিয়াৰ আগৰ বেদনা আৰু জন্ম পোৱাৰ পিছৰ সুখৰ কথা উল্লেখ কৰে আৰ পি শৰ্মাই। বাইহাটা চাৰিআলিত কংগ্ৰেছৰ এখন সাংগঠনিক সভাত এইদৰে উল্লেখ কৰে প্ৰাক্তন সাংসদগৰাকীয়ে।

জালুকবাৰী সমষ্টিৰ পৰা অহা বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত এই কথা পোনচাতে নাকচ কৰে আৰ পি শৰ্মাই। আজমল মুখ্যমন্ত্ৰী হ’ব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত আৰ পি শৰ্মাই কয় – আগন্তুক বিধান সভা নিৰ্বাচনত কংগ্ৰেছ দলে অন্তত ৬০খন আসন লাভ কৰিব আৰু এ আই ইউ ডি এফে কম আসন পাব। সেয়ে আজমল মুখ্যমন্ত্ৰী নহয়।

আজমল মুখ্যমন্ত্ৰী হ’ব বুলি বিজেপিৰ কেইজনমানে জোৰ–জুলুমকৈ মানুহৰ মনত সোমাই দিয়াৰ অভিযোগ আনে প্ৰাক্তন সাংসদগৰাকীয়ে আজমল আৰু তৰুণ গগৈক মোগল আখ্যা দিয়াত আচৰিত হোৱা বুলি উল্লেখ কৰে আৰ পি শৰ্মাই। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মোগল আখ্যা দিয়া মানে সমগ্ৰ আহোম জনগোষ্ঠীক বদনাম কৰা বুলি অভিযোগ আনে আৰ পি শৰ্মাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি