ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদো পঢ়িছিল মাদ্ৰাছাত – সাংসদ আব্দুল খালেক
· মাদ্ৰাছা বন্ধ- সাংসদ আব্দুল খালেকৰ প্ৰতিক্ৰিয়া · কংগ্ৰেছ শাসনলৈ আহিলেই খোলা হব মাদ্ৰাছা · গোৱালপাৰাত এই মন্তব্য সাংসদ আবদুল খালেকৰ · শিক্ষামন্ত্ৰীয়ে মাদ্ৰাছা আধুনিকীকৰণৰ কথাহে কব লাগিছিল · কিন্তু মাদ্ৰাছা বন্ধ কৰাৰ কথা কোৱাটো দুৰ্ভাগ্যজনক · ইশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ, ডঃ ৰাজেন্দ্ৰ প্ৰসাদো পঢ়িছিল মাদ্ৰাছাত