সুদীৰ্ঘ ৮মাহৰ মূৰত ভক্তৰ বাবে মুকলি কৰা হল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ
দেওবাৰৰ পৰা ভক্তসকলৰ বাবে খোলা হ’ব কামাখ্যা মন্দিৰৰ প্ৰৱেশ দ্বাৰ, মানিব লাগিব কি কি নিয়ম… গুৱাহাটী:সুদীৰ্ঘ ৮মাহৰ মূৰত ভক্তৰ বাবে মুকলি কৰা হল কামাখ্যা মন্দিৰৰ প্ৰৱেশ দুৱাৰ। শনিবাৰে দেৱালয় পৰিচালনা সমিতিয়ে লোৱা সিদ্ধান্ত অনুসৰি, ১১ অক্টোবৰ অৰ্থা দেওবাৰৰ পৰা মন্দিৰ পদক্ষিণ কৰিব পাৰিব ভক্তপ্ৰাণ ৰাইজে।অৱশ্যে এই সময়খিনিত বন্ধ থাকিব দেৱালয়ৰ গৰ্ভগৃহ। জিলা প্ৰশাসনৰ সৈতে কৰা আলোচনা ভিত্তিত এই পদক্ষেপ গ্ৰহন কৰিছে পৰিচালনা সমিতিয়ে। অৱশ্যে কোভিড সৃষ্ট এই পৰিৱেশৰ মাজতে ভক্ত সকলৰ বাবে মন্দিৰৰ প্ৰৱেশ দুৱাৰ খোলা হৈছে যদিও, মানি চলিব লাগিব কেতবোৰ কঠোৰ নীতি-নিৰ্দেশনা। এই নিয়মসমূহ ক্ৰমে- দেৱালয়ৰ দ্বাৰ পুৱা ৮ বজাৰ পৰা সুৰ্যাস্তলৈকে খোলা থাকিব। অৱশ্যে, নৱৰাত্ৰি বা দুৰ্গা পূজাৰ সময়ত এই সময় সলনি হ’ব পাৰে।স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত