Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:38 am

Home » আঞ্চলিক » অসম » Covid19 ক লৈ হেতালি চিকিৎসা কৰ্মচাৰীৰ

Covid19 ক লৈ হেতালি চিকিৎসা কৰ্মচাৰীৰ

লংকা:ফৰমাৰপাৰ গাওঁপঞ্চায়তত দেখাগল এক অনুৰূপ দৃশ্য৷ফৰমাৰপাৰ গাওঁ পঞ্চায়তত বুধবাৰে covid test কৰা হয় আৰু এজন ব্যক্তিক covid positive ধৰা পৰাৰ পিছত ব্যক্তিগৰাকীক Covid centerত লৈ যোৱা হয় ৷কিন্তু ৰোগীয়ে বহা চকী  আৰু Covid ত ব্যৱহাৰ কৰা ঔষধৰ আৱৰ্জনা ঠাইতে পেলাই থৈ যায় ৷

উল্লেখ্য যে গাওঁ পঞ্চায়তত এটা আধাৰ কাৰ্ডৰ চেন্টাৰ আছে৷ যত বহুলোকৰ আগমন হয়৷ তেনেস্থলত মহামাৰীৰ কৰুনাক লৈ চলা হেমাহি কিমান গ্ৰহণযোগ্য ?  মনকৰিবলগীয়া যে পঞ্চায়তখনত ডাঙৰকৈ আৰি থোৱা  বেনাৰত লিখা ” মুকলিত মলত্যাগ মুক্ত গাওঁপঞ্চায়ত ফৰমাৰপাৰ লৈ আপোনালোকক স্বাগতম “বাক্যশাৰীৰ এয়া নেকি বাস্তৱ প্ৰতিছবি ?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি