| |

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ Ig’ Nobel 2020

নতুন দিল্লী : ২০২০ চনৰ নবেল পুৰস্কাৰ পালে আমাৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্র মোদীয়ে। এই নবেল কিহৰ বাবে জানেনে ? এই নবেল চিকিৎসা ব্যৱস্থাৰ গবেষণা আৰু তাৰ অসামান্য অবদানৰ বাবে। আপুনি ভুৱা খবৰ বুলি ভাৱিছে নেকি ? এয়া একেবাৰেই ভুৱা নহয় ৷ ভাৰতৰ প্রধানমন্ত্রীৰ লগতে এই পুৰস্কাৰ লাভ কৰিছে তেওঁৰ বন্ধু ডোনাল্ড ট্রাম্পেও। তাৰোপৰি এই নোবেল শান্তি পুৰস্কাৰ লাভ কৰিছে ব্রাজিল, মেক্সিকো, বেলাৰুছ, টার্কি, তুর্কমেনিস্তানৰ প্রশাসনিক প্রধান সকলেও।     এনালছ অফ ইমপ্রবেবল ৰিছার্চ (Annals of Improbable Research) মেগাজিনৰ তৰফৰ পৰা প্রতিবছৰে আই.জি নোবেল পুৰস্কাৰ বিতৰণ কৰে ৷ কিন্তু এয়া সম্পূৰ্ণৰূপেই ব্যঙ্গাত্মক পুৰস্কাৰ। সেইবাবেই ইয়াৰ নাম দিয়া হৈছে আই.জি নবেল (Ig Nobel Prizes)। কোনো বিষয়ত এখন দেশৰ প্রধানজন যেতিয়া সম্পূর্ণ ব্যর্থ হয়,

| |

মন্ত্ৰী পীযূষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ-AIUDF–এ চলালে বিয়পে :দুৰ্গা দাস বড়ো

মন্ত্ৰী পীযূষ হাজৰিকাই BTCত চলাইছে নিৰ্বাচনী প্ৰচাৰ, কোভিড কি বিয়পা নাই তাত?’   মন্ত্ৰী পীযূষক এনেদৰে সমালোচনা কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো এজাউৰি দিলে দুৰ্গা দাস বড়োৱে৷ BTCত শনি আৰু দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাই৷ কোভিড–১৯ৰ গাইডলাইনক উলংঘা কৰি হাজাৰ হাজাৰ মানুহ লৈ নিৰ্বাচনী প্ৰচাৰ চলাই দেওবাৰে পীযূষে সদম্ভে ঘোষণাই কৰি দিলে – “এইবাৰ BTCত সকলো দল নিঃশেষ হৈ যাব৷ BJP–এ দখল কৰিব BTCৰ শাসনৰ বাঘজৰী৷”   পীযূষ হাজৰিকাৰ এই ঘোষণাৰ পিছত জাঙুৰ খাই উঠিল প্ৰদেশ কংগ্ৰেছ৷ পীযূষক সৰু মন্ত্ৰী বুলি কৈ প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা BTCৰ দায়িত্বত থকা কংগ্ৰেছী নেতা দুৰ্গা দাস বড়োৱে ক’লে- “সৰু মন্ত্ৰী পীযূষে নিৰ্বাচনী প্ৰচাৰ চলালে কোভিড নিবিয়পে আৰু কংগ্ৰেছ-AIUDF–এ

| |

মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই

 গুৱাহাটী:৬ নং দফা কমিটীত আছে তিনিজনকৈ আইনজ্ঞ, মিছা কথাও কব নাজানে হিমন্ত বিশ্ব শৰ্মাই’- ক’লে উপমন্যু হাজৰিকাই। এখন ৰাজ্যৰ মহাধিবক্তা যে এটা সাংবিধানিক পদ আৰু ৰাজ্য চৰকাৰৰ প্ৰধান আইন উপদেষ্টা আৰু অধিবক্তা, এই কথা পাহৰিলে নেকি মন্ত্ৰী হিমন্তই? নে অসম চৰকাৰে নিজৰ মহাধিবক্তা জনকেই মান্যতা নিদিয়ে।’ প্ৰশ্ন হাজৰিকাৰ ৷ এদিন পূৰ্বে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই ৷ গৃহমন্ত্ৰীক সাক্ষাৎৰ সময়ত বিভিন্ন বিষয়কে ধৰি অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণ কমিটীৰ প্ৰতিবেদন সন্দৰ্ভত আলোচনা হয় ৷ আলোচনাৰ পাছতে মন্ত্ৰী হিমন্ত বিশ্বই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, ‘৬নং দফাৰ প্ৰতিবেদন অসম চৰকাৰে আইনজ্ঞৰ দ্বাৰা পৰীক্ষা

| | |

চাকৰি দিয়াৰ নামত ১০লাখকৈ টকা সংগ্ৰহ কৰা মহিলা আৰক্ষীৰ জালত

 গুৱাহাটী:আৰক্ষীৰ উপ-পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত কৰিছিল ধন সংগ্ৰহ, গ্ৰেপ্তাৰ হ’ল জলসিঞ্চনৰ কৰ্মচাৰী ।চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে। দেওবাৰে বাতিল হ’ল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষা। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোৰ গুৰুত্ব সহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিছে। ইয়াৰ সমান্তৰালকৈ এতিয়া চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্ৰহ কৰা ইজনৰ পিছত সিজন প্ৰৱঞ্চক আৰক্ষীক জালত পৰিছে। কিছুদিন পূৰ্বে আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি দিয়াৰ নামত চাৰি লাখকৈ টকা দাবী কৰা লখিমপুৰৰ আজাদৰ এজন প্ৰৱঞ্চকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ খবৰ। নিবনুৱাক আৰক্ষী বিভাগত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৰাজ্য চৰকাৰৰ জলসিঞ্চন বিভাগৰ এগৰাকী

| |

ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়:জগদীশ ভূঞা

গুৱাহাটী :AJPত ব্যক্তি পূজা নচলিব, সমূহীয়া নেতৃত্বৰে পৰিচালিত হ’ব দল – মুখ্য কাৰ্যালয় মুকলিৰ পিছত এই মন্তব্য জগদীশ ভূঞাৰ ,গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে নৱগঠিত অসম জাতীয় পৰিষদ চমুকৈ AJPৰ মুখ্য কাৰ্যালয় আনুষ্ঠানিকভাৱে মুকলি হ’ল। গুৱাহাটীৰ লেম্ব ৰোডত AJPৰ মুখ্য কাৰ্যালয়টো দেওবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে দলটোৰ নেতা–কৰ্মীসকলে।  জগদীশ ভূঞাৰ মতে, ব্যক্তিগত ধ্যান–ধাৰণাৰে AJP দল পৰিচালিত নহয়। সমূহীয়া নেতৃত্বৰে চলিব আঞ্চলিক দলটো। দলৰ নেতৃত্বত কোন থাকিব আৰু কোন নেতাৰ দ্বাৰা দলটো পৰিচালিত হ’ব সেই সম্পৰ্কে কোনো ধৰণৰ মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত থকা জগদীশ ভূঞাই দল এতিয়া নৱেম্বৰৰ জাতীয় ৰাজনৈতিক আভিৱৰ্তনৰ বাবে ব্যস্ত বুলি সদৰি কৰে। উল্লেখযোগ্য যে অসম জাতীয় পৰিষদ বুথৰ পৰা জিলা পৰ্যায়লৈ গঠন

| |

স্মৃতি

✍ শ্বহিদুল ইছলাম  ৩ নং বলদমাৰী চৰ, গোৱালপাৰা  কথাবোৰ মনত পৰিলে আজিও চকুৰে অশ্রু বৈ যায় নীৰৱতাৰে সৌদিনা সহযাত্ৰী আছিলা… দুয়ো খোজ মিলাই আগবাঢ়িছিলো ব্যস্ত চহৰত কেতিয়াবা বিলাসী হোটেল কেতিয়াবা মহাবাহু ব্ৰহ্মপুত্ৰৰ নিৰ্জন পাৰত আৰু মহাবিদ্যালয়ৰ কৃষ্ণচূড়াৰ গুৰিত দুয়োৰে লক্ষ্য আৰু সপোনবোৰও একেই আছিল তুমিয়েই কৈছিলা-“এই চহৰখন আলফুলীয়া”– আজি কিন্তু বিষাদ হৈ পৰিছে চহৰ তুমি নাই বাবেই সকলোবোৰ ৰং হেৰুৱালে-! দূৰভাষ : ৬০০৩২৬৭৪০৮ (আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷  আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ  ই-মেইল : sangbadprahari@gmail.com  নতুবা  হোৱাটচএপ : +917578801008)

| | |

ইউপিপিএলৰ হাতলৈ যাব নেকি বিটিএডি?

 • ইউপিপিএলৰ হাতলৈ যাব নেকি বিটিএডি? • সংখ্যালঘু লোকৰ বাবে কি আছে বিটিআৰু চুক্তিত? • মুছলমানক গাহৰিৰ মাংস খোৱাৰ কথা কিয় কৈছিল? • ঈদগাহ ময়দানত কিয় হাল বাইছিল এবছুৱে? • লাফিকুল হত্যা সন্দৰ্ভত নীৰৱ কিয় ইউপিপিএল? • ষ্টু়ডিঅ’ত ইউিপিপিএল নেতা মুজিব আলী আহমেদ