Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 11:45 am

Home » আঞ্চলিক » অসম » ‘সেৱা সপ্তাহ’ : GMCH ত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

‘সেৱা সপ্তাহ’ : GMCH ত বিশেষ অনুষ্ঠান, স্বাস্থ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা

 গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (NHM)ৰ এক অনুষ্ঠান। বেংগালুৰু, কলকাতাৰ সমান্তৰালভাৱে গুৱাহাটীটো অনুষ্ঠিত হয় স্বাস্থ্য অভিযানৰ অনুষ্ঠান। এই অনুষ্ঠানত মুঠ ৭০টা শিশুক প্ৰদান কৰিব হৃদ ৰোগৰ চিকিৎসা আৰু ‘ব’ন মেৰু’ । এই অনুষ্ঠানত উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পীয়ুষ হাজৰিকা আদি। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা সেৱা সপ্তাহৰ অংশ এই হিচাপে আয়োজন কৰা হৈছিল এই অনুষ্ঠান। ‘স্নেহস্পৰ্শ’ আঁচনিৰ অন্তৰ্গত ৬টি শিশুক বোন মেৰু সংৰোপন কৰা হ’ল এই কাৰ্যসূচীৰ জৰিয়তে। ইয়াৰ ভিতৰত ২০টা বেংগালুৰু, ১৫টা কলকাতা আৰু গুৱাহাটীৰ ৩৫টা শিশুৰ বিভিন্ন ৰোগৰ অস্ত্ৰোপচাৰ কৰা হ’ব।

তদুপৰি কিডনী, লিভাৰৰ ৰোগত আক্ৰান্ত যিসকল শিশুৱে ধনৰ অভাৱত চিকিৎসা লাভ কৰা নাই তেওঁলোকক ১০অক্টোবৰত জিএমচিএইচলৈ আহিবলৈ আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰীয়ে। CSD আঁচনিৰ অধীনত ৮৫২জনক ৩ মাহৰ ভিতৰত বেংগালুৰু আৰু কলকাতালৈ অস্ত্ৰোপচাৰৰ বাবে পঠোৱা হ’ব বুলিও তেওঁ প্ৰকাশ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি