Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:09 am

Home » আঞ্চলিক » অসম » নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত দিল্লীত অসমৰ বিৰোধী সাংসদৰ ধৰ্ণা

নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত দিল্লীত অসমৰ বিৰোধী সাংসদৰ ধৰ্ণা

কংগ্ৰেছৰ সৈতে আজমল-আজিত ভূঞা, নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত দিল্লীত অসমৰ বিৰোধী সাংসদৰ ধৰ্ণা


নতুন দিল্লী : মঙলবাৰেও দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনত ব্যক্তব্য ৰাখিছিল। নতুন দিল্লীৰ সংসদ ভৱনৰ সন্মুখত কংগ্ৰেছৰ পাঁচগৰাকী সাংসদৰ সৈতে একে লগ হৈ ধৰ্ণা দিয়া দেখা গ’ল এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল আৰু ৰাজ্যসভাৰ নিৰ্দলীয় সাংসদ অজিত কুমাৰ ভূঞাক। নগাঁও আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীত অসমৰ বিৰোধী সাতগৰাকী সাংসদে নতুন দিল্লীৰ সংসদ ভৱনৰ গান্ধী মূৰ্তিৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচীত পালন কৰে।

বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ তিনিগৰাকী লোকসভাৰ সাংসদ ক্ৰমে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ আৰু আব্দুল খালেকৰ উপৰি কংগ্ৰেছৰে দুগৰাকী ৰাজ্যসভাৰ সাংসদ ক্ৰমে ৰিপুণ বৰা আৰু ৰাণী নৰহে অংশগ্ৰহণ কৰিছিল। মঙলবাৰেও দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ স্বাৰ্থত সদনত ব্যক্তব্য ৰাখিছিল। আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত বিৰোধী সাংসদৰ বুধবাৰৰ প্ৰতিবাদী কাৰ্যসূচীয়ে অসমৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি