Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 10:30 pm

Home » অৰ্থনীতি » ২৬টা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, ২৩টা প্ৰতিষ্ঠানক জনালে অনুমোদন

২৬টা ৰাজহুৱাখণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, ২৩টা প্ৰতিষ্ঠানক জনালে অনুমোদন

আৰ টি আই আবেদনৰ ধৰা পৰিছে এই তথ্য। বেচৰকাৰীকৰণৰ বাবে প্ৰস্তুত কৰা ২৬টা কোম্পানীৰ তালিকা প্ৰকাশ কৰা হৈছে।

সংকটত দেশৰ অৰ্থনীতি! আৰ্থিক সংকটৰ সৈতে যুঁজ অব্যাহত থকাৰ সময়তে কোৰোণা মহামাৰীয়ে আৰু বিধ্বস্ত কৰি পেলালে দেশৰ অৰ্থনীতি। চলিত সপ্তাহত প্ৰকাশ পোৱা জিডিপি ৰিপৰ্ট অনুসৰি, ভাৰতৰ অৰ্থনীতি মন্দাৱস্থালৈ গতি কৰিছে বুলি উল্লেখ কৰা হৈছে।  দেশৰ অৰ্থনীতি কিছু সুস্থিৰ কৰি তুলিবলৈ এতিয়া ২৬টা চৰকাৰী প্ৰতিষ্ঠানক বেচৰকাৰীকৰণৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ।

যোৱা ২৬ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছিল যে, আৰু ২৩টা প্লাবিক চেক্টৰৰ প্ৰতিষ্ঠানত বেচৰকাৰীকৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যে সেউজ সংকেত দিছে কেবিনেটে। যোৱা ২৬ জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জনাইছিল যে, আৰু ২৩টা প্লাবিক চেক্টৰৰ প্ৰতিষ্ঠানত বেচৰকাৰীকৰণৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত ইতিমধ্যে সেউজ সংকেত দিছে কেবিনেটে।

২৩টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানক বেচৰকাৰীকৰণৰ সিদ্ধান্ত ল’লেও, কি কি প্ৰতিষ্ঠান বেচৰকাৰীকৰণ কৰা হ’ব, সেই কথা স্পষ্টকৈ কোৱা নাছিল বিত্তমন্ত্ৰীগৰাকীয়ে। কিন্তু আৰ টি আই আবেদনত জনা গৈছে যে, ২৩টা নহয়, ২৬টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান ব্যক্তিগত খণ্ডৰ কোম্পানীক গটাব কেন্দ্ৰীয় চৰকাৰে। আৰ টি আইৰ জৰিয়তে সেই কোম্পানী সমূহৰ নামো জানিব পৰা গৈছে।

আৰ টি আই আবেদনত নিৰ্দিষ্ট ভাবে ইউকো বেংকসহ বহু কেইটা কোমপানীৰ নাম উল্লেখ কৰা হৈছে। সেই কেম্পানীসমূহ হ’ল-

1. Project & Development India Limited (PDIL)

2. Engineering Projects India Limited (EPIL)

3. Pawan Hans Limited (PHL)

4. B&R Company Limited (B&R)

5. Air India 6. Central Electronics Limited(CEL)

7. Cement Corporation India Limited CCIL (Nayagaon unit)

8. Indian Medicine & Pharmaceuticals Corporation Ltd. (IMPCL)

9. Salem Steel Plant, Bhadrawati Steel Plant, Durgapur Steel plant

10.Ferro Scrap Nigam Ltd. (FSNL)

11.Nagarnar Steel Plant of NDMC

12.Bharat Earth Movers Limited (BEML)

13.HLL Lifecare

14.Bharat Petroleum Corporation Ltd. (BPCL)

15.Shipping Corporation of India Ltd. (SCI)

16.Container Corporation of India Ltd (CONCOR)

17.Nilachal Ispat Nigam Limited (NINL).

18.Hindustan Prefab Limited (HPL)

19.Bharat Pumps and Compressors Ltd (BCPL)

20.Scooters India Ltd (SIL)

21.Hindustan Newsprint Ltd (HNL)

22.Karnataka Antibiotics & Pharmaceuticals Ltd (KAPL)

23.Bengal Chemicals and Pharmaceuticals Ltd. (BCPL)

24.Hindustan Antibiotics Ltd. (HAL)

25.Indian Tourism Development Corporation (ITDC)

26.Hindustan Fluorocarbon Ltd (HFL)

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি